ETV Bharat / state

টিয়কত শক্তি বিভাগৰ কাৰ্যালয়ৰ গেটত ছাত্ৰ সন্থাৰ তলা - যোৰহাট

যোৰহাট জিলাৰ টীয়ক বৈদ্যুতিক উপ সংমণ্ডলৰ বিদ্যুৎ গ্ৰাহকসকলৰ সহযোগত ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ।

টিয়কত শক্তি বিভাগৰ কাৰ্যালয়ৰ গেটত ছাত্ৰ সন্থাৰ তলা
author img

By

Published : Jun 25, 2019, 4:29 PM IST

টিয়ক , ২৫ জুন: টীয়কত সঘনাই বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ মঙলবাৰে টীয়ক আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই উপ সংমণ্ডলৰ কাৰ্যালয়ৰ প্ৰৱেশ পথৰ গেটত তলা ওলমাই দিয়ে । যোৰহাট জিলাৰ টীয়ক বৈদ্যুতিক উপ সংমণ্ডলৰ বিদ্যুৎ গ্ৰাহকসকলৰ সহযোগত ছাত্ৰ সন্থাই এই তলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে ।

টিয়কত শক্তি বিভাগৰ কাৰ্যালয়ৰ গেটত ছাত্ৰ সন্থাৰ তলা

ৰাইজৰ অভিযোগ, এজাক সামান্য বৰষুণ বতাহতে বিদ্যুৎ কৰ্তন হয় অঞ্চলটোত । ইপিনে মৰিয়নীৰ ১৩২ বিদ্যুৎ বিতৰণ কেন্দ্ৰৰ পৰা সৰবৰাহ কৰা বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ ওপৰত গিবন অভয়াৰণ্যৰ গছৰ ডাল, বাঁহ আদি সামান্য বতাহত পৰি সঘনাই বিদ্যুৎ ব্যাহত হৈ পৰে । তেওঁলোকৰ অভিযোগ অনুসৰি সুদীৰ্ঘ দিন অব্যাহত থকা এই সমস্যা সমাধানৰ বাবে শক্তি বিভাগে কোনো স্থায়ী সমাধাৰ ব্যৱস্থা কৰা নাই ।

Intro:Body:টীয়কত সঘন বিদ্যুৎ কৰ্তণত অতীষ্ঠ ৰাইজৰ সহযোগত ছাত্র সন্হাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ প্ৰৱেশ পথৰ গেটত ওলমালে তলা
TEOK:এজাক সামান্য বৰষুণ, বতাহতে সঘন বিদ্যুৎ কৰ্তনত অতীষ্ঠ যোৰহাট জিলাৰ টীয়ক বৈদ্যুতিক উপ সংমণ্ডলৰ বিদ্যুৎ গ্ৰাহকসকলৰ সহযোগত টীয়ক আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই উপ সংমণ্ডলৰ কাৰ্যালয়ৰ প্ৰৱেশ পথৰ গেটত তলা ওলমাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।উল্লেখযোগ্য যে মৰিয়নীৰ 132 বিদ্যুৎ বিতৰণ কেন্দ্ৰৰ পৰা সৰবৰাহ কৰা বৈদ্যুতিক পৰিবাহী তাঁৰ সমূহৰ ওপৰত গিবন অভায়াৰণ্যৰ গছৰ ডাল,বাঁহ আদি সামান্য বতাহত পৰি সঘন বিদ্যুৎ ব্যাহত হৈ পৰে ।সুদীৰ্ঘ দিন অব্যাহত থকা এই সমস্যা সমাধানৰ বাবে কোনো স্হায়ী সমাধান কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.