যোৰহাট, 26 এপ্ৰিলঃ যোৰহাটত ধূলিৰ ধুমুহা। বিগত দুটা দিন ধৰি গৰমৰ প্ৰকোপৰ পৰা ক্ষন্তেক সকাহ দিলে প্ৰকৃতিয়ে । ৩৭ ডিগ্ৰী পাৰাস্তম্ভ চুই যোৱা গ্ৰীষ্মৰ প্ৰভাৱত জন-জীৱন স্থবিৰ হৈ পৰিছিল। কিন্তু শুকুৰবাৰে নিশা প্ৰায় ৮.২০ মান সময়ত অহা তীব্ৰ বেগী বতাহে ক্ষন্তেক সকাহ প্ৰদান কৰিলে যোৰহাটৰ ৰাইজক । লগতে তীব্ৰ বেগী বতাহে যোৰহাট চহৰত সৃষ্টি কৰিলে ধূলিৰ ধুমুহাৰ । ধূলিৰ ধুমুহাৰ ফলত একপ্ৰকাৰৰ বন্ধ হৈ পৰিল যোৰহাট চহৰ। ধুলিৰ ধুমুহাৰ প্ৰকোপ ইমানেই বেছি আছিল যে যান-বাহন চলাচল কৰাত অসুবিধাৰ সন্মুখীন হয় ৷
যোৰহাটত ধূলিৰ ধুমুহা
শুকুৰবাৰে নিশা প্ৰায় ৮.২০বজাত অহা তীব্ৰ বেগী বতাহে ক্ষন্তেক সকাহ প্ৰদান কৰিলে যোৰহাটৰ ৰাইজক । লগতে তীব্ৰ বেগী বতাহে যোৰহাট চহৰত সৃষ্টি কৰে ধূলিৰ ধুমুহাৰ
যোৰহাট, 26 এপ্ৰিলঃ যোৰহাটত ধূলিৰ ধুমুহা। বিগত দুটা দিন ধৰি গৰমৰ প্ৰকোপৰ পৰা ক্ষন্তেক সকাহ দিলে প্ৰকৃতিয়ে । ৩৭ ডিগ্ৰী পাৰাস্তম্ভ চুই যোৱা গ্ৰীষ্মৰ প্ৰভাৱত জন-জীৱন স্থবিৰ হৈ পৰিছিল। কিন্তু শুকুৰবাৰে নিশা প্ৰায় ৮.২০ মান সময়ত অহা তীব্ৰ বেগী বতাহে ক্ষন্তেক সকাহ প্ৰদান কৰিলে যোৰহাটৰ ৰাইজক । লগতে তীব্ৰ বেগী বতাহে যোৰহাট চহৰত সৃষ্টি কৰিলে ধূলিৰ ধুমুহাৰ । ধূলিৰ ধুমুহাৰ ফলত একপ্ৰকাৰৰ বন্ধ হৈ পৰিল যোৰহাট চহৰ। ধুলিৰ ধুমুহাৰ প্ৰকোপ ইমানেই বেছি আছিল যে যান-বাহন চলাচল কৰাত অসুবিধাৰ সন্মুখীন হয় ৷
বিগত দুটা দিন ধৰি গৰমৰ প্ৰকোপৰ ক্ষনিক সকাহ দিলে প্ৰকৃতিয়ে।৩৭ ডিগ্ৰী পাৰস্তম্ভ গীষ্মৰ প্ৰভাৱত জন-জীৱন স্হবীৰ হৈ পৰিছিল।কিন্তু আজি নিশা প্ৰায় ৮:২০ মান সময়ত এহা হঠাতে তীব্র বেগী বতাহে ক্ষনিত সকাহ প্ৰদান কৰিলে যোৰহাটৰ ৰাইজক।কিন্তু তীব্ৰ বেগী বতাহে যোৰহাট চহৰত সৃষ্টি কৰিলে ধুলিৰ ধুমুহাৰ।ধুলিৰ ধুমুহাৰ ফলত একপ্ৰকাৰৰ বন্ধ হৈ পৰিল যোৰহাট চহৰখন।ধুলিৰ ধুমুহাৰ প্ৰকোপ ইমানেই বেছি আছিল যে যান-বাহন চলাচল কৰাত অসুবিধাৰ সন্মুখীন হব লগীয়া হৈ পৰিল।