ETV Bharat / state

প্ৰতিবাদৰ মাজতে 855 গৰাকী শ্বহীদক স্মৰণ! - Shaheed Diyas celebrating _mla rupjyoty kurmi at_ Boogadai and coton cotton university

শ্বহীদ দিৱস উপলক্ষে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভৌগদৈৰ বুকুত শ্বহীদ প্ৰণাম লিখি শ্বহীদক প্ৰণাম জনোৱাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্বহীদক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে ৷

Shaheed Diyas celebrating _mla rupjyoty kurmi at_ Boogadai and coton cotton university
855 গৰাকী শ্বহীদক স্মৰণ!
author img

By

Published : Dec 10, 2019, 11:20 PM IST

গুৱাহাটী়,যোৰহাট,10 ডিচেম্বৰ : আজি শ্বহীদ দিৱস উপলক্ষে ভোগদৈ নৈৰ বলুকাত এক অভিনৱ পদ্ধতিৰে শ্বহীদ দিৱস উদযাপন কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ ভোগদৈৰ বুকুত ''শ্বহীদ প্ৰণাম'' লিখি দেশৰ হকে প্ৰাণ দিয়া শ্বহীদসকলক স্মৰণ কৰে বিধায়কগৰাকীয়ে ৷

ইয়াৰ লগতে সোমবাৰে লোকসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰুদ্ধে বিধায়কগৰাকী সৰৱ হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সকলোকে ওলাই আহিবলৈ আহ্বন জনায় বিধায়কগৰাকীয়ে ৷

ভৌগদৈৰ বুকুত উদযাপন শ্বহীদ দিৱস

আনহাতে, ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত তথা জাতীয় শ্বহীদ সকলৰ স্মৃতিত কটন বিশ্ববিদ্যালয়ৰ সন্মুখতো পালন কৰা হয় শ্বহীদ দিৱস ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক শ্ৰদ্ধা জনায় ।

কটন বিশ্ববিদ্যালয়ত উদযাপন শ্বহীদ দিৱস

ইফালে, 855 শ্বহীদৰ ত্যাগৰ মূল্যক পাহৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত আনিব বিচাৰিছে বুলি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মন্তব্য কৰি কেবৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

অন্য এক খবৰৰ বাবে : কামপুৰত বন্ধ সমৰ্থকে জ্বলাই দিলে যাত্ৰীবাহী টেম্প'

Intro:Mariani MLA protest

ভোগদৈৰ বলুকাত শ্ৰদ্ধাঞ্জলি আৰু কেবৰ বিৰুদ্ধে প্ৰতিবাদ ৰূপজ্যোতি।

মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভোগদৈ নৈৰ বলুকাত এক অভিনৱ প্ৰদ্ধতিত শ্বহীদ দিৱস উদযাপন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মৰিয়নী কঁঠালগুৰিৰ সমীপত ভোগদৈ নৈৰ বলুকাত 855 জন শ্বহীদৰ স্মৰণ কৰি বালিৰে লিখাৰ উপৰিও কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Ranjit Borah
MarianiBody:Mariani MLA protest

MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.