তিতাবৰ, 15 জুলাই: বালিৰ অবৈধ বেহাৰ বিৰুদ্ধে অভিযান বৰহোলা আৰক্ষীৰ ৷ দেওবাৰে তিতাবৰৰ বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত গড়াজান টেৰী মেৰী নদীৰ পৰা অবৈধ বালি ভৰ্তি এখন বাহন জব্দ কৰে বৰহোলা আৰক্ষীয়ে ৷ বৰহোলা থানাৰ আৰক্ষী বিষয়া ফিজুচ আহমেদৰ নেতৃত্বত চলোৱা হয় এই অভিযান ৷ বালিৰ এই অবৈধ ব্যবসায়ৰ আৰত এটা ৰাজনৈতিক দল জড়িত থকাৰ কথা প্ৰকাশ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজৰ মতে, এজন ৰাজনৈতিক নেতাৰ স্বত্বছাঁয়াতেই চলাই আছে বালিৰ এই অবৈধ ব্যৱসায় ৷
ৰাজনৈতিক নেতা জড়িত বালিৰ অবৈধ বেহাত - টেৰী মেৰী নদী
বালিৰ এই অবৈধ ব্যবসায়ৰ আৰত এটা ৰাজনৈতিক দল জড়িত থকাৰ কথা প্ৰকাশ স্থানীয় ৰাইজৰ ৷
ৰাজনৈতিক নেতা জড়িত বালিৰ অবৈধ বেহাত
তিতাবৰ, 15 জুলাই: বালিৰ অবৈধ বেহাৰ বিৰুদ্ধে অভিযান বৰহোলা আৰক্ষীৰ ৷ দেওবাৰে তিতাবৰৰ বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত গড়াজান টেৰী মেৰী নদীৰ পৰা অবৈধ বালি ভৰ্তি এখন বাহন জব্দ কৰে বৰহোলা আৰক্ষীয়ে ৷ বৰহোলা থানাৰ আৰক্ষী বিষয়া ফিজুচ আহমেদৰ নেতৃত্বত চলোৱা হয় এই অভিযান ৷ বালিৰ এই অবৈধ ব্যবসায়ৰ আৰত এটা ৰাজনৈতিক দল জড়িত থকাৰ কথা প্ৰকাশ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজৰ মতে, এজন ৰাজনৈতিক নেতাৰ স্বত্বছাঁয়াতেই চলাই আছে বালিৰ এই অবৈধ ব্যৱসায় ৷
Intro:তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলা আৰক্ষী থান ৰ অন্তৰ্গত গড়াজান টেৰী মেৰী নদীৰ পৰা অবৈধ্য বালি ভৰ্তি বলেৰ পিক আপ গাড়ী জব্দ কৰে বৰহোলা আৰক্ষী বিষয়া ফিজুচ আহমেদ । বৰহোলা দিনক দিনে বাঢ়ি গৈছে অবৈধ ব্যৱসায়।Body:এই অবৈধ্য বালি ব্যবসায়ৰ আৰত আছে এটা ৰাজনৈতিক দলৰ হাতত । এজন ৰাজনৈতিক নেতাৰ চলাই আছে এই বালি ব্যৱসায়Conclusion: