ETV Bharat / state

পুষ্পাৰ ৰূপত ৰূপজ্যোতি কুৰ্মী: কভী ঝুকেগা নেহী

author img

By

Published : Mar 25, 2022, 4:06 PM IST

এইবাৰ পুষ্পাৰ ৰূপত ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi playing Pushpa) ৷ ৭০ বছৰ জীয়াই থাকিব আৰু জীয়াই থকা সময়লৈকে বিধায়ক হৈয়েই থাকিব বুলিও দাবী কুৰ্মীৰ (Kurmi claims he will remain MLA till survives) ৷

rupjyoti-kurmi-playing-pushpa
ৰূপজ্যোতি কুৰ্মী কভী ঝুকেগা নেহী : জীয়াই থকালৈকে বিধায়ক হৈয়েই থাকিব বুলিও দাবী

যোৰহাট, 25 মাৰ্চ : মৰিয়নী পৌৰসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ (BJPs debacle in municipal election at Mariani) পাছত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল । মৰিয়নী পৌৰসভা বিজেপিয়ে গঠন কৰিব নোৱাৰিব বুলি জনাৰ পাছতো বিজেপিয়েই গঠন কৰাৰ ওপৰত এতিয়াও সম্পূৰ্ণ আশাবাদী ৰূপজ্যোতি কুৰ্মী। অহা ৪ এপ্ৰিলৰ ভিতৰত গঠন হ'ব মৰিয়নী পৌৰসভা।

ৰূপজ্যোতি কুৰ্মী কভী ঝুকেগা নেহী :জীয়াই থকালৈকে বিধায়ক হৈয়েই থাকিব বুলিও দাবী

মৰিয়নী পৌৰসভাৰ যিকেইটা ৱাৰ্ডত বিজেপি জয়ী হোৱা নাই সেই সমূহ ৱাৰ্ডত কোনো উন্নয়ন নহ'ব বুলিও ৰূপজ্যোতি কুৰ্মীৰ ঘোষণা । উল্লেখ্য যে, পুনৰ জ্যোতিষী প্ৰসংগটো টানি আনি কয় যে তেওঁ ৭০ বছৰ জীয়াই থাকিব আৰু জীয়াই থকা সময়লৈকে বিধায়ক হৈয়েই থাকিব বুলিও দাবী কৰি জনপ্ৰিয় বোলছবি পুষ্পাৰ সংলাপ (Rupjyoti Kurmi comes with Pushpa dialogue) দোহাৰি তেওঁ কয়, ''ৰূপজ্যোতি কুৰ্মী কভী ঝুকেগা নেহী'' ।

বিধায়ক গৰাকীয়ে সংবাদমেল খনত লগতে জানিবলৈ দিয়ে যে, পৰৱৰ্তী নিৰ্বাচন নতুন সমষ্টি ভিত্তিত অনুস্থিত হ'ব যাৰ ফলত মৰিয়নী সমষ্টিৰ শেষগৰাকী বিধায়ক হিচাবে ৰৈ যাব বিধায়ক ৰূপজ্যোতি কুৰ্মী।

লগতে পঢ়ক : মঙলদৈ চহৰত ঘোঙৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.