ETV Bharat / state

যোৰহাটত বাছৰ খুন্দাত কথমপি প্ৰাণ ৰক্ষা যুৱক-যুৱতীৰ - যোৰহাট চিকিৎসা মহাবিদ্যালয়

AS 23 CC 0425 নম্বৰৰ এখন চুপাৰ বাছৰ খুন্ধাত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী । আহত যুৱক-যুৱতী দুজনক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

ETV BHARAT
যোৰহাটত প্ৰাণ ৰক্ষা যুৱক-যুৱতীৰ
author img

By

Published : May 20, 2020, 5:01 PM IST

যোৰহাট,20 মেঃ যোৰহাটৰ ৰাষ্ট্ৰীয় উপ ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজন যুৱক-যুৱতী ৷

যোৰহাটত প্ৰাণ ৰক্ষা যুৱক-যুৱতীৰ

যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । AS 23 CC 0425 নম্বৰৰ এখন চুপাৰ বাছৰ খুন্ধাত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী । দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ AS 03 B 0816 ৷ আহত যুৱক-যুৱতী দুজন যোৰহাট চহৰ দিশে আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ ঘটনাটো আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত যুৱক-যুৱতী দুজন উদ্ধাৰ কৰে ৷ আহত দুজনক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । আহত দুই যুৱক যুৱতীৰ নাম টিনা দেউৰী (২০)আৰু প্ৰাঞ্জল টাই (২৪)বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- 157 জনলৈ বৃদ্ধি ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.