ETV Bharat / state

যোৰহাটত তিনি সপ্তাহৰ পাছত পুনৰ মুকলি হ'ল চাহ বাগিচা - যোৰহাট

যোৰহাটত মুখত মাক্স ব্যৱহাৰ কৰি আজিৰ পৰা পুনৰ মুকলি হ'ল চাহ বাগিচা ৷

ETV BHARAT
যোৰহাটত তিনি সপ্তাহৰ পাছত পুনৰ মুকলি হল চাহ বাগিচা
author img

By

Published : Apr 16, 2020, 11:46 AM IST

Updated : Apr 16, 2020, 12:09 PM IST

যোৰহাট, 16,এপ্ৰিলঃ যোৰহাটত পুনৰ মুকলি হ'ল চাহ বাগিচা। বিগত লক ডাউনৰ সময়ছোৱাত ৬৫ লাখ টকাৰ লোকচান হয় চাহ বাগিছাসমূহৰ ৷

যোৰহাটত তিনি সপ্তাহৰ পাছত পুনৰ মুকলি হ'ল চাহ বাগিচা

চৰকাৰে ঘোষণা কৰা লক ডাউন নিৰ্দেশনা সম্পূৰ্ণ ৰূপে মানি যাৱতীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি মুকলি কৰিছে যোৰহাটৰ চিনামৰা চাহ বাগিচা। যোৰহাটৰ অসম চাহ নিগমৰ অধীনস্থ চিনামৰা চাহ বাগিচাৰ পঞ্চাশ শতাংশ কৰ্মচাৰী লৈ কাম আৰম্ভ কৰিছে । মুখত মাক্স ব্যৱহাৰ কৰি আজিৰ পৰা পুনৰ মুকলি হোৱা চাহ বাগিচা সমুহত প্ৰাণ ঘুৰি আহিছে । ইতিমধ্যে চাহ বাগিচাৰ পাত সমুহ বহু সংখ্যক পাত ডাঙৰ দীঘল হৈ পৰিছে। যাৰফলত কুমলীয়া পাত সমূহ সংগ্ৰহ কৰি বাকী সমূহ কাটি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে বাগিচা কৰ্তৃপক্ষই ।

লগতে পঢ়ক- কোভিড-19 :যোৰাবাট আৰক্ষীৰ তালাচী অভিযান

Last Updated : Apr 16, 2020, 12:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.