ETV Bharat / state

গীতেৰে ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা ৰেণুপমা ৰাজখোৱাৰ - টীয়ক সমষ্টি

নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থীসকলে গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৷ প্ৰতিপক্ষক প্ৰতিহত কৰিবলৈ পিছপৰি ৰোৱা নাই কোনো প্ৰাৰ্থী ৷ কাৰণ প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া জনতাৰ হাতত ৷ শনিবাৰে টীয়কৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চাজন নায়কে ৷

renupama rajkhowa election campaign
গীতেৰে ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা টীয়কৰ ৰেণুপমা ৰাজখোৱাৰ
author img

By

Published : Mar 20, 2021, 8:01 PM IST

টীয়ক,20 মাৰ্চ: নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থীসকলে গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৷ প্ৰতিপক্ষক প্ৰতিহত কৰিবলৈ পিছপৰি ৰোৱা নাই কোনো এগৰাকী প্ৰাৰ্থী ৷ কাৰণ প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া জনতাৰ হাতত ৷ শনিবাৰে টীয়ক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চাজন নায়কে ৷

গীতেৰে ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা টীয়কৰ ৰেণুপমা ৰাজখোৱাৰ

সমষ্টিটোৰ বিশেষকৈ চাহ জনগোষ্ঠীয় অঞ্চলত প্ৰাৰ্থীগৰাকীৰ সৈতে শিল্পীগৰাকী উপস্থিত থাকি দেশৰ উন্নয়ন অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত পুনৰ বিজেপি-অগপৰ মিত্ৰজোঁটৰ পক্ষত ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনায় শিল্পী গৰাকীয়ে ৷ তদুপৰি শিল্পী গৰাকীয়ে কেইবাটাও জনপ্ৰিয় গীত গাই উপস্থিত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ 2021 ৰ নিৰ্বাচন সন্দৰ্ভত কি ক'লে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.