ETV Bharat / state

ৰাজ্যত পুনৰ তীব্ৰতৰ হৈ উঠিছে 'কা' বিৰোধী আন্দোলন

author img

By

Published : Dec 12, 2020, 4:19 PM IST

যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ টা জাতীয় সংগঠনে সাব্যস্ত কৰে ঐক্যবদ্ধ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু ২০১৯ বৰ্ষৰ 'কা' আন্দোলনত মৃত্যুবৰণ কৰা পাঁচজন শ্বহীদৰ ন্যায়িক তদন্ত আৰু দুখীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত গণহুংকাৰৰ কাৰ্যসূচীৰ জৰিয়তে যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

protest-against-caa
ৰাজ্যত পুনৰ তীব্ৰতৰ হৈ উঠিছে 'কা' বিৰোধী আন্দোলন

যোৰহাট, 12 ডিচেম্বৰ : ৰাজ্যত পুনৰ তীব্ৰতৰ হৈ উঠিছে 'কা' বিৰোধী আন্দোলন। শনিবাৰে যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ টা জাতীয় সংগঠনে সাব্যস্ত কৰে ঐক্যবদ্ধ প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু ২০১৯ বৰ্ষৰ 'কা' আন্দোলনত মৃত্যুবৰণ কৰা পাঁচজন শ্বহীদৰ ন্যায়িক তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত গণহুংকাৰৰ কাৰ্যসূচীৰ জৰিয়তে যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

অন্যহাতে কা বিৰোধী ঐক্য মঞ্চৰ লগতে কমিউনিষ্ট পাৰ্টিয়েও 'কা' বাতিলৰ লগতে 'কা' আন্দোলনত কাৰাবন্দী হৈ থকা প্ৰতিজন নেতাৰ মুক্তি, মূল্যবৃদ্ধি ৰোধ, কৃষক বিৰোধী আইন বাতিল, ৰাজহুৱা উদ্যোগ আৰু প্ৰতিষ্ঠানৰ বেচৰকাৰীকৰণ বন্ধ কৰাৰ দাবীত যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক ৰূপত সাব্যস্ত কৰি প্ৰতিবাদী সমদল বাহিৰ কৰে।

লগতে পঢ়ক: কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.