ETV Bharat / state

নগাৰ আগ্ৰাসনৰ বিৰোধিতাৰে ধোদৰ আলি অৱৰোধ

author img

By

Published : Dec 9, 2020, 7:33 PM IST

অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে স্থাপন কৰা নগা আৰক্ষীৰ চাউনি আঁতৰোৱাৰ দাবীত মৰিয়নীত ধোদৰ আলি অৱৰোধ স্থানীয় লোকৰ ৷

protest against assam nagaland border dispute
নাগালেণ্ডৰ বিৰুদ্ধে মৰিয়নীত ধোদৰ আলি অৱৰোধ

মৰিয়নী, 9 ডিচেম্বৰ : ক্ৰমাত বৃদ্ধি পাইছে অসম-নাগালেণ্ডৰ সীমা বিবাদ ৷ নাগালেণ্ডে বাৰে বাৰে অসমৰ ভূমি দখল কৰা অশান্ত জৰ্জৰ হৈ পৰিছে সীমামূৰীয়া অঞ্চল ৷ অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে স্থাপন কৰা নগা আৰক্ষীৰ চাউনি আঁতৰোৱাৰ দাবীত মৰিয়নীত ধোদৰ আলি অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ ৷

১৫ নৱেম্বৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে কেইবাটাও জাতীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ কিন্তু অসম প্ৰশাসনে নগা আৰক্ষী চাউনি আঁতৰোৱাৰ বাবে কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰাত পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰে মৰিয়নী ৷

বুধবাৰে আকৌ ২৪ দিনৰ পাছত নাগালেণ্ডৰ বিৰুদ্ধে কেইবাটাও জাতীয় দল সংগঠনে ধোদৰ আলি অৱৰোধ কৰে ৷ অতি ব্যস্ততা পূৰ্ণ ধোদৰআলি অৱৰোধ কৰাৰ ফলত কেইবাশতাধিক যান বাহন আবদ্ধ হৈ পৰে ৷

লগতে পঢ়ক: স্থানীয় ৰে'ল চলাচল কৰাৰ দাবীত ৰঙিয়াত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.