ETV Bharat / state

লক ডাউনত ক্ষতিগ্ৰস্ত জিমৰ স্বত্বাধীকাৰীসকল

author img

By

Published : Jul 6, 2020, 7:09 PM IST

লক ডাউনৰ প্ৰভাৱত ক্ষতিৰ সন্মুখীন ৰাজ্য়ৰ ব্যায়ামগাৰ অথবা জিমসমূহ ৷ জিমসমূহ খোলাৰ ক্ষেত্ৰত চৰকাৰক এক উচিত সিদ্ধান্ত গ্ৰহণৰ বাবে সংবাদমেলযোগে আহ্বান জনাই যোৰহাট জিলা জিম সন্থাৰ বিষয়ববীয়া ৰবী শৰ্মাই ৷

press meet by gym trainers at jorhat assam etv bharat news
লক ডাউনৰ ফলত ক্ষতিৰ সন্মুখীন জিমসমূহ

যোৰহাট,6 জুলাই: চৰকাৰী চাকৰিৰ পিছত হাবাথুৰি নাখাই আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল ব্যায়ামগাৰ অথবা জিমসমূহ ৷ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰেও প্ৰতিদিনে কৈ আহিছে স্বাৱলম্বিতাৰ কথা ৷ কিন্তু লক ডাউনে সলনি কৰিলে সমগ্ৰ দেশৰে প্ৰেক্ষাপট ৷ কৰ’ণা ভাইৰাছৰ লগতে লক ডাউনৰ বাবে আৰ্থিকভাৱে যথেষ্ঠ লোকচানৰ সন্মুখীন হৈছে প্ৰায়ভাগ ব্যৱসায় ৷ বিগত চাৰিমাহৰ পৰা এই জিমসমূহ বন্ধ হৈ থকাত লোকচানৰ সন্মুখীন হৈছে মালিকপক্ষ ৷ লক ডাউন শিথিল কৰাৰ দৰে জিমসমূহ খোলাৰ ক্ষেত্ৰত বাৰে বাৰে চৰকাৰক আবেদন জনোৱাৰ পিছতো কোনো সঁহাৰি লাভ নকৰাত সম্প্ৰতি দিশহাৰা হৈ পৰিছে জিমৰ মালিকসকলৰ লগতে প্ৰশিক্ষকসকল ।

লক ডাউনৰ ফলত ক্ষতিৰ সন্মুখীন জিমসমূহ

ইফালে, বিষয় সন্দৰ্ভত সোমবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত জিলা জিম সন্থাৰ বিষয়ববীয়া ৰবী শৰ্মাই চৰকাৰৰ সহায়-সহযোগিতা আহ্বান কৰে ৷ লগতে জিমসমূহ খোলাৰ ক্ষেত্ৰত চৰকাৰক এক উচিত সিদ্ধান্ত গ্ৰহণৰ বাবে আহ্বান জনায় ৷

লগতে চাওকঃ অইল ইণ্ডিয়াৰ বিৰুদ্ধে টিংখাঙৰ বৰবিলত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.