ETV Bharat / state

যোৰহাটত সংঘটিত হ'ব পাৰে ভয়ংকৰ বিপদ

সদাব্যস্ত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সন্মুখত থকা ৰে'লৱে ফাটকত নাই এজনো সুৰক্ষা কৰ্মী ৷ ৰে'ল আহিলে কোনোধৰণৰ আগজাননী দিবলৈ তথা সুৰক্ষা প্ৰদান কৰিবলৈ নাই ৰে'ল বিভাগৰ এজনো কৰ্মচাৰী ৷

author img

By

Published : Apr 13, 2019, 12:12 AM IST

যোৰহাট জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়

যোৰহাট, 12 এপ্ৰিলঃ ৰে'ল বিভাগ তথা জিলা পৰিবহন বিষয়াৰ অমনোযোগিতাৰ বাবেই ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে যোৰহাটবাসী ৷ কিয়নো সদাব্যস্ত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় সন্মুখত থকা ৰে'লৱে ফাটকত নাই এজনো সুৰক্ষা কৰ্মী ৷ ৰেটল আহিলে কোনোধৰণৰ আগজাননী দিবলৈ তথা সুৰক্ষা প্ৰদান কৰিবলৈ নাই ৰে'ল বিভাগৰ এজনো কৰ্মচাৰী ৷ যাৰ বাবে বহুকেইজন লোক দুৰ্ঘটনাৰ সন্মুখীনো হ'বলগীয়া হৈছে ৷

Intro:আজি etv ভাৰতৰ কেমেৰাত বন্দী হল এটা দৃশ্য ।ৰেল বিভাগ তথা জিলা পৰিবহন বিষয়াই অমনোযোগীতৰ বাবে মৃত্যু হৱ বহু লোকৰ কাৰণ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় সন্মুখত মৃত্যু দূত ৰূপত ৰৈ আছে ৰেলৱে এটা ফাটক যত নাই এজনো সুৰক্ষা কৰ্মী । সদাব্যযস্হ এই পথত যাত্ৰীক ৰেল আহিলে সুৰক্ষা প্ৰদান কৰিব বাবে ৰেলৱে নাই এজনো কৰ্মচাৰী ।Body:Etv ভাৰত আজি আপোনালো দেখিব যমদূতক কোনো লোকে দেখি নোপোৱা এই যম দূত বন্দী হল কেৱল etv ভাৰতৰ কেমেৰাত ।মানুহৰ প্ৰাণ হৰণ কৰিব ৰৈ আছে এই যমদূত ।আপোনালোক যদি যমদূত দেখিব মন আছে তেতিয়া হলে যাওক যোৰহাট জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় লৈ ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.