মৰিয়নী, ১১ মে': মৰিয়নীৰ নিজৰাপাৰ উন্নয়ন মহিলা সমিতিৰ দ্বাৰা আৰক্ষী আৰু সাংবাদিকক মাস্ক বিতৰণ । কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শেহতীয়াকৈ চৰকাৰে সকলোকে মাস্ক পিন্ধাটো বাধ্যতামূলক হিচাপে নিৰ্দেশনা জাৰি কৰিছে । সেয়হে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বিশেষ ভূমিকা পালন কৰা আৰক্ষী আৰু সাংবাদিক সকলক কিছু সকাহ দিয়াৰ অৰ্থে মৰিয়নী নিজৰাপাৰ মহিলা উন্নয়ন সমিতিয়ে মাস্ক বিতৰণৰ লগতে সম্বৰ্ধনা জনায় ।
![কৰ'ণা ভাইৰাছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/marianimaskdistribution_11052020135538_1105f_1589185538_392.jpg)