ETV Bharat / state

আৰক্ষীৰ শ্বহীদ স্মৃতি দিৱসৰ দিনটোত CISF জোৱানৰ প্লাজমা দান - যোৰহাট চিকিৎসা মহাবিদ্যালয়

যোৰহাটত ১০ গৰাকীকৈ CISF জোৱানে একেলগে দান কৰিলে প্লাজমা ৷ প্লাজমা দান মহান দান ৷ এজনে প্লাজম দান কৰাৰ ফলত আন এজন ক'ভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিব পাৰে ৷

plasama donation cisf  at jorhat
CISF জোৱানে দান কৰিলে প্লাজমা
author img

By

Published : Oct 21, 2020, 4:02 PM IST

যোৰহাট,21 অক্টোবৰঃ বুধবাৰে কেন্দ্ৰীয় আৰক্ষীৰ শ্বহীদ স্মৃতি দিৱস উদযাপন ৷ এই শ্বহীদ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিনামৰা ONGC ৰ CISF UNIT CAMP ৰ ১০ গৰাকী জোৱানে একেলগে দান কৰিলে প্লাজমা ৷

CISF জোৱানে দান কৰিলে প্লাজমা

উল্লেখযোগ্য যে, প্লাজমা দান মহান দান ৷ এজনে প্লাজম দান কৰাৰ ফলত আন এজন ক'ভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিব পাৰে ৷ সম্প্ৰতি চিনামৰাৰ CISF UNIT CAMPৰ ১০ গৰাকী জোৱানে একেলগে প্লাজমা দান কৰা কাৰ্যক সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়কঃ মিজো আৰক্ষীৰ বাধাৰ সন্মুখীন বিধানসভাৰ উপাধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.