ETV Bharat / state

দেৱাশীষ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীৰে উত্তাল মৰিয়নী - দেৱশীষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কাৰায়ত্বৰ দাবী আটাছুৰ

দেৱশীষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কাৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ তীব্ৰ দাবী জনাইছে আটাছু, আছুৰ লগতে স্থানীয় লোকে ৷

people demand for quick investigation of Debashish gogoi murder case
দেৱাশীষ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীৰে উত্তাল মৰিয়নী
author img

By

Published : May 31, 2020, 2:18 PM IST

মৰিয়নী, 31 মে': দেৱাশীষ গগৈৰ হত্যাকাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ দেওবাৰে স্বতঃস্ফুত ভাৱে বন্ধ হৈ পৰিছে নকচাৰীৰ সকলো দোকান-পোহাৰ ৷ দেৱাশীষ হত্যকাণ্ডৰ উচিত তদন্ত বিচাৰি দেবেৰাপাৰ আৰক্ষী চকীত ভিৰ কৰিছেহি অগণন লোকে ৷ দেৱশীষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কাৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ তীব্ৰ দাবী জনাইছে আটাছু, আছুৰ লগতে স্থানীয় লোকে ৷

দেৱাশীষ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী আটাছুৰ

অন্যহাতে সমগ্র ঘটনাৰ লগত গাভৰু চাহ বাগিছাৰ কৰ্তৃপক্ষ জড়িত থকা অভিযোগ উত্থাপন কৰি তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে দাবী জনাইছে আটাছুৱে ৷ দেৱশীষক দানৱ ৰূপী মানৱৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ কেনে অসহনীয় পৰিস্থিতিৰ মুখা মুখি হৈছিল সেই কথা বিৱৰি জনালে প্ৰাক্তন আছু কৰ্মী তথা শিক্ষক দেৱজিত গগৈ আৰু দেৱশীষৰ ভগ্নীয়ে ৷

ঘটনাৰ বিৱৰণী দিলে দেৱাশীষৰ পিতৃ, ভগ্নীয়ে

উল্লেখ্য যে, মৰুণোত্তৰ পৰীক্ষাৰ অন্তত দেওবাৰে নিজ ঘৰ পাবহি দেৱশীষ গগৈৰ নশ্বৰ দেহ ৷ এই নৃশংস হত্যাকাণ্ডৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷

লগতে পঢ়কঃ তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.