ETV Bharat / state

লক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন

লক ডাউনে চতুৰ্থ দিনত ভৰি দিয়া পাছতো জনতাই লক ডাউন উলংঘাকাৰী তথা ১৪৪ ধাৰা ভংগকাৰীক আটক কৰিবলৈ বাধ্য হৈছে ।

people arrested by police
লক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন
author img

By

Published : Mar 28, 2020, 12:24 PM IST

28 মাৰ্চ, যোৰহাটঃ কৰ'ণা সংক্ৰমণ ৰোধ কৰাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি লকডাউন ঘোষণা কৰিছিল ৷ অসম চৰকাৰেও সকলো লোকক ঘৰত আৱদ্ধ হৈ থাকিবৰৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো বাৰম্বাৰ লক ডাউন উলংঘা কৰিছে একাংশ কাণ্ডজ্ঞানহীন লোকে ৷

লক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন

লক ডাউনে চতুৰ্থ দিনত ভৰি দিয়া পাছতো জনতাই লক ডাউন উলংঘাকাৰী তথা ১৪৪ ধাৰা ভংগকাৰীক আটক কৰিবলৈ বাধ্য হৈছে । যোৰহাট চহৰত আজি পুৱাৰ ভাগতেই প্ৰায় ৬০ জনৰো অধিক লোকক আটক কৰি থানালৈ নিয়া হৈছে । ইয়াৰে একাংশই পুৱাই শাক পাচলি দোকান খুলি অনাহকত ভিৰ সৃষ্টি কৰাৰ ফলত বিশৃংখল পৰিৱেশত সৃষ্টি হৈছিল চহৰখনত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.