টীয়ক, 25 ছেপ্টেম্বৰঃ মঙলবাৰে ডিমৌৰ দুৰ্ঘটনাত নিহতসকলৰ স্মৃতিত টীয়কৰ পৰা উলিওৱা হয় এক শান্তি সমদল ৷ শিৱসাগৰ জিলাৰ ডিমৌত শোকাৱহ পথ দুৰ্ঘটনাত ১১ জন ব্যক্তিৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত টীয়কস্থিত কলিয়াপানী কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে । সন্ধিয়া টীয়কৰ জগদুৱাৰত অসম কৃষি বিশ্ববিদ্যালয়ত গৱেষণাৰত প্ৰতিভাৱান ছাত্ৰী সুব্ৰতা দত্তৰ লগতে মৃত্যু হোৱা আনসকলৰ আত্মাৰ সদগতি কামনা কৰি হাতত মমবাটি লৈ এক মৌন সমদল কৰে। এই সমদলত কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও অংশগ্ৰহণ কৰে শিক্ষকসসকলে। তেওঁলোকৰ লগতে নিহত সকলৰ পৰিয়ালবৰ্গলৈ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ,টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞাই সমবেদনা জ্ঞাপন কৰে।
ডিমৌৰ দুৰ্ঘটনাত নিহত সকলৰ স্মৃতিত টীয়কত শান্তি সমদল - অসম কৃষি বিশ্ববিদ্যালয়
শিৱসাগৰ জিলাৰ ডিমৌত শোকাৱহ পথ দুৰ্ঘটনাত ১১জন ব্যক্তিৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত টীয়কস্থিত কলিয়াপানী কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে ৷
![ডিমৌৰ দুৰ্ঘটনাত নিহত সকলৰ স্মৃতিত টীয়কত শান্তি সমদল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4546866-16-4546866-1569395139974.jpg?imwidth=3840)
টীয়ক, 25 ছেপ্টেম্বৰঃ মঙলবাৰে ডিমৌৰ দুৰ্ঘটনাত নিহতসকলৰ স্মৃতিত টীয়কৰ পৰা উলিওৱা হয় এক শান্তি সমদল ৷ শিৱসাগৰ জিলাৰ ডিমৌত শোকাৱহ পথ দুৰ্ঘটনাত ১১ জন ব্যক্তিৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত টীয়কস্থিত কলিয়াপানী কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে । সন্ধিয়া টীয়কৰ জগদুৱাৰত অসম কৃষি বিশ্ববিদ্যালয়ত গৱেষণাৰত প্ৰতিভাৱান ছাত্ৰী সুব্ৰতা দত্তৰ লগতে মৃত্যু হোৱা আনসকলৰ আত্মাৰ সদগতি কামনা কৰি হাতত মমবাটি লৈ এক মৌন সমদল কৰে। এই সমদলত কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও অংশগ্ৰহণ কৰে শিক্ষকসসকলে। তেওঁলোকৰ লগতে নিহত সকলৰ পৰিয়ালবৰ্গলৈ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ,টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞাই সমবেদনা জ্ঞাপন কৰে।
TEOK:কালি শিৱসাগৰ জিলাৰ ডিমৌত শোকাবহ পথ দুৰ্ঘটনাত ১১ জন ব্যক্তিৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত টীয়কস্থিত কলিয়াপানী কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে । আজি সন্ধিয়া টীয়কৰ জগদুৱাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাৰত ছাত্ৰী সুব্ৰতা দত্তৰ লগতে মৃত্যু হোৱা আনসকলৰ আত্মাৰ সদগতি কামনা কৰি হাতত মমবাটি লৈ এক মৌন সমদল কৰে । সমদলত কৃষি বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ উপৰি শিক্ষকসসকলে অংশগ্ৰহণ কৰে। নিহত সকলোৰে পৰিয়াবৰ্গলৈ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ,টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞাই সমবেদনা জ্ঞাপন কৰে।
Conclusion: