ETV Bharat / state

ঋণ পৰিশোধ কৰিব নোৱাৰি সন্তান বিক্ৰী ! - প্ৰভাত বৰা আৰু জোনমনি বৰাই নিজ সন্তানক বিক্ৰী কৰে

বিভিন্ন গোট, ব্যক্তি পৰা বহু ঋণ লৈ পৰিশোধ কৰিব নোৱাৰাৰ বাবে সন্তান বিক্ৰী কৰাৰ এই অভিযোগ পুনচাটে নাকচ কৰিছে প্ৰভাত বৰাৰ লগতে পত্নী জোনমনি বৰাই। "একমাত্ৰ আৰ্থিক দৈন্যতা আৰু সন্তানৰ ভৱিষ্যতৰ বাবে " সম্পৰ্কীয়ক দান দিয়া বুলি জনায় অভিযুক্ত পিতৃ-মাতৃয়ে ।

ঋণ পৰিশোধ কৰিব নোৱাৰি দম্পতিৰ সন্তান বিক্ৰী অভিযোগ
ঋণ পৰিশোধ কৰিব নোৱাৰি দম্পতিৰ সন্তান বিক্ৰী অভিযোগ
author img

By

Published : Feb 7, 2020, 10:23 PM IST

Updated : Feb 7, 2020, 10:51 PM IST

যোৰহাট, 7 ফেব্ৰুৱাৰীঃ ঋণ পৰিশোধ কৰিব নোৱাৰি সন্তান বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে যোৰহাটৰ এক দম্পতীৰ বিৰুদ্ধে। জিলাখনৰ বালিগাঁৱৰ গনশতিকা গাঁৱৰ দৰিদ্ৰ পৰিয়াল প্ৰভাত বৰা আৰু জোনমনি বৰাই নিজ সন্তানক বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে গাঁৱৰ ৰাইজে। আনহাতে বিভিন্ন গোট, ব্যক্তিৰ পৰা বহু ঋণ লৈ পৰিশোধ কৰিব নোৱাৰাৰ বাবে সন্তান বিক্ৰী কৰাৰ এই অভিযোগ পুনচাটে নাকচ কৰিছে প্ৰভাত বৰাৰ লগতে পত্নী জোনমনি বৰাই। "একমাত্ৰ আৰ্থিক দৈন্যতা আৰু সন্তানৰ ভৱিষ্যতৰ বাবে " সম্পৰ্কীয়ক দান দিয়া বুলি জনায় অভিযুক্ত পিতৃ-মাতৃয়ে ।

ঋণ পৰিশোধ কৰিব নোৱাৰি দম্পতিৰ সন্তান বিক্ৰী অভিযোগ

আনহাতে উক্ত ঘটনা সন্দৰ্ভত যোৰহাটৰ চাইল্ড লাইনৰ বিষয়াসকলে আৰম্ভ কৰিছে চৰজমিন তদন্ত। প্ৰাৰম্ভিক তদন্তৰ অন্তত অভিযুক্ত দম্পত্তিয়ে সন্তানটি দান দিয়া বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ আইনগত নথি পত্ৰ দাখিল কৰা নাই। সেয়ে ৮ ফেব্ৰুৱাৰীত দুয়ো পক্ষক নিজ কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে চাইল্ড লাইন কতৃপক্ষই।

Intro:ঋণ পৰিশোধ কৰিব নোৱাৰি সন্তান বিক্ৰীৰ অভিযোগ।।সমগ্ৰ অঞ্চলত চাঞল্য।।

Body:ঋণ পৰিশোধ কৰিব নোৱাৰি সন্তান বিক্ৰী কৰা অভিযোগ উত্থাপিত হৈছে যোৰহাটত।যোৰহাটৰ বালিগাওৰ গনশতিকা নামৰ অঞ্চলত এহাল দম্পতিয়ে নিজৰ ডেৰ বছৰীয়া সন্তান বিক্ৰী কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ আহি পৰিছে।

byte:গাওবুঢ়া

গনশতিকা গাৱৰ দৰিদ্ৰ পৰিয়াল প্ৰভাত বৰা আৰু জোনমনি বৰাই নিজৰ সন্তান বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰিছিল গাৱৰ ৰাইজে।বিভিন্ন গোট,ব্যক্তি পৰাই বহু ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা অৱস্থা হোৱাত সন্তান বিক্ৰী কৰাৰ অভিযোগ পুনচাতে নাকচ কৰিছে প্ৰভাত বৰা আৰু পত্নী জোনমনি বৰাই।একমাত্ৰ আৰ্থিক দৈন্যতাৰ বাবেই সন্তানৰ ভৱিষ্যত সুন্দৰ আশা কৰি সম্পৰ্কীয় ওচৰচ দান কৰিছে বুলিলে ।

byte:জোনমনি বৰা।
আনহাতে এই ঘটনা সম্পৰ্কত জানিব পাৰি যোৰহাটৰ চাইল্ড লাইনৰ বিষয়া সকলে চৰজমিন তদন্ত কৰিছে।প্ৰাৰম্ভিক তদন্তৰ অন্তত বিক্ৰী নহয় বুলি জানিব পৰা গৈছে যদিও আইনগত নথি পত্ৰ দাখিল কৰা নাই। ৮ ফেব্ৰুৱাৰী ত দুয়ো পক্ষক চাইল্ড লাইন কায্যলয়লৈ মাতিছে।

byte:চাইল্ড লাইনৰ বিষয়া।

Conclusion:ইতিমধ্যে এই ঘটনাই সমগ্ৰ যোৰহাটত চাঞল্যৰ সৃষ্টি কৰিছে যদিও দৰিদ্ৰতাৰ বাবেই নিজৰ সন্তানক আনৰ হাতত গটাই দিয়াটো কিমান কঠিন সেইয়া ভুক্তভূগীয়েহে উপলব্ধি কৰিব পাৰে।
Last Updated : Feb 7, 2020, 10:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.