ETV Bharat / state

যোৰহাট পুলিবৰৰ শিশুটি আক্ৰান্ত নহয় COVID-19 ত

author img

By

Published : Mar 22, 2020, 7:49 AM IST

Updated : Mar 22, 2020, 10:10 AM IST

NO CORONA VIRUS CASES IN JORHAT
যোৰহাট পুলিবৰৰ শিশুটি আক্ৰান্ত নহয় COVID-19 ত

07:33 March 22

অসমত এইপৰ্যন্ত এগৰাকীও ব্যক্তি আক্ৰান্ত হোৱা কৰ'ণাত

অসমত এইপৰ্যন্ত এগৰাকীও আক্ৰান্ত হোৱা কৰ'ণা ভাইৰাছত

যোৰহাটৰ পুলিবৰৰ শশুটিৰ শৰীৰতো পোৱা নাই COVID-19ৰ উপস্থিতি

লাহোৱালৰ ICMR ত দ্বিতীয়বাৰ তেজ পৰীক্ষাৰ অন্তত নিশ্চিত কৰিলে চিকিৎসকে

শনিবাৰে বিয়লি COVID-19ত শিশুটি আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছিল চিকিৎসকে

বিহাৰৰ পৰা পৰিয়ালৰ সৈতে ৰেলযোগে অহাৰ পাছতেই জ্বৰত আক্ৰান্ত হৈছিল শিশুটি 

Last Updated : Mar 22, 2020, 10:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.