যোৰহাট, 23মাৰ্চ :জনতাৰ মাজত নাই সজাগতা। সচেতন নাগৰিকৰ দাবী অতিশ্ৰীঘে লক ডাউন কৰক । যোৰহাটত এতিযাও সজাগ হোৱা নাই জনসাধাৰণ ৷ এতিযাও চহৰ খনৰ মাজমজিয়াত সৰু বৰ দোকান খােলা আছে ৷ লগতে নিযমীয়াকৈ চলি আছে যান বাহন ৷ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও জনতা নিজেই সজাগ নহলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব ৷
লগতে পঢক : ৩১ মাৰ্চলৈ যাত্ৰীবাহী সকলো বাহন বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ