ETV Bharat / state

লক ডাউনৰ মাজতে পাঠদান অব্যাহত মৰিয়নীৰ বিদ্যালয়ত - পাঠদান অব্যাহত মৰিয়নীৰ বিদ্যালয়ত

যোৰহাটৰ মৰিয়নীত চৰকাৰৰ নীতি-নিৰ্দেশনা নামানি পাঠদান অব্যাহত ৰাখিছে মন ইণ্টাৰনেশ্যনেল স্কুল নামৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানখনে ৷ আনহাতে ছাত্ৰ-ছাত্ৰীসকলক ইউনিফর্মৰ সলনি সাধাৰণ সাজ-পোছাক পৰিধান কৰিবলৈ, কিতাপ-বহীসমূহ স্কুল বেগৰ সলনি বজাৰ কৰা বেগত আনিবলৈ নিৰ্দেশ দিয়ে আৰু শিক্ষকসকলক লক ডাউনৰ সময়তো পাঠদান কৰাবলৈ বাধ্য কৰায় বিদ্যালয় কৰ্তৃপক্ষই ৷

লক ডাউনত পাঠদান অব্যাহত মৰিয়নীৰ বিদ্যালয়ত

author img

By

Published : May 20, 2020, 5:16 PM IST

মৰিয়নী, 20 মে’: লক ডাউনৰ সময়ছোৱাত চৰকাৰী নিষেধাজ্ঞা পালন কৰা নাই যোৰহাটৰ মৰিয়নীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানে । মৰিয়নী ঘাইপথৰ দাঁতিত মৰিয়নী 1 নং ৰে’লগেটৰ সমীপত থকা মন ইণ্টাৰনেশ্যনেল স্কুল নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানে লক ডাউনৰ সময়তো অব্যাহত ৰাখিছে পাঠদান।

লক ডাউনত পাঠদান অব্যাহত মৰিয়নীৰ বিদ্যালয়ত

উল্লেখ্য যে, এইখন ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক ইউনিফর্মৰ সলনি সাধাৰণ সাজ-পোছাক পৰিধান কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অহাৰ লগতে কিতাপ-বহীসমূহ স্কুল বেগৰ সলনি বজাৰ কৰা বেগত আনিবলৈ নিৰ্দেশ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই । ইয়াৰোপৰি শিক্ষকসকলকো পাঠদান কৰাবলৈ বাধ্য কৰোৱা হয় ।

লগতে পঢ়ক: ৰাজ্যৰ অভয়াৰণ্যৰ প্ৰতি ভাবুকিঃ কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদ তিনিচুকীয়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.