ETV Bharat / state

ধোদৰ আলিত পথ দুৰ্ঘটনাত নিহত এক - ধোদৰ আলীত পথ দুৰ্ঘটনা

শুকুৰবাৰে নিশা মৰিয়নীৰ ধোদৰ আলিত সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত এজন লোক ৷

As_jrt_mariyani-dhodar-ali-raod-accident-takes-life-of-eone_AS10039
মৰিয়নীৰ ধোদৰ আলীত পথ দুৰ্ঘটনা, নিহত 1
author img

By

Published : Feb 27, 2021, 1:19 PM IST

যোৰহাট,27 ফেব্ৰুৱাৰী: মৰিয়নীৰ নকচাৰীৰ ধোদৰ আলিত পথ দুৰ্ঘটনা সংঘটিত ৷ দুৰ্ঘটনাটোত থিতাতে নিহত এজন ৷

ঘটনা অনুসৰি, দেৱৰাপাৰ চাৰিআলিৰ পৰা চুঙি লাহিঙৰ দিশে তীব্ৰ বেগত আহি থকা এখন স্কুটীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰে ৷ ফলত মুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে নিহত হয় ভূৱন গগৈ নামৰ লোকজন ৷

নিহত ভূৱন গগৈৰ ঘৰ নকছাৰীৰ দৰকীয়াল গাঁৱত বুলি জানিব পৰা গৈছে ৷ আনহাতে স্কুটীখনৰ পিছত বহি থকা লক্ষী গগৈ নামৰ আৰোহীজন সামান্যভাৱে আহত হয় ৷

লগতে পঢ়ক-বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.