ETV Bharat / state

নাটক কৰিয়েই 15 বছৰ পাৰ কৰিলে মৰিয়নীৰ বিধায়কে !! - ৰূপজ্যোতি কুৰ্মী

মৰিয়নীৰ বিধায়কে নাটক কৰিয়েই 15 টা বছৰ পাৰ কৰিলে বুলি মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাৰ ৷ মৰিয়নীৰ ষ্টেচন তিনিআলিত "হাই-মাষ্ট" লাইটৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীৰ নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰে ৷

মৰিয়নীত হাইমাষ্ট" লাইটৰ শুভাৰম্ভণি
author img

By

Published : Oct 4, 2019, 11:57 PM IST

যোৰহাট, 4 অক্টোবৰঃ মৰিয়নীৰ ষ্টেচন তিনিআলিত "হাই-মাষ্ট" লাইটৰ শুভাৰম্ভ কৰে নগৰ উন্নয়ন তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীৰ নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰে ৷ মৰিয়নীৰ বিধায়কে নাটক কৰিয়েই 15 টা বছৰ পাৰ কৰিলে বুলি মন্তব্য পিযুষ হাজৰিকাৰ ৷

মৰিয়নীত 20 টা "হাই-মাষ্ট" লাইট লগোৱাৰ উপৰিও অতি শীঘ্ৰে অত্যাধুনিক প্ৰযুক্তিৰ সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷ মৰিয়নীৰ পৌৰসভাৰ পৌৰপতি শম্ভূ পালে আঁত ধৰা এই সভাখনত ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছাৰ লগতে উপস্থিত থাকে বহুতো গণ্য-মান্য ব্যক্তি ৷

Intro:MINISTER PIJUSH HAZARIKA @ MARIANI

মৰিয়নী বিধায়ক ৰূপজ্যোতিয়ে নাটক কৰি ১৫টা বছৰ পাৰ কৰিলে : পিযুষ হাজৰিকা

মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী এজন নাটক কৰা মানুহ, নাটক কৰি কৰিয়েই পাৰ কৰিছে নিজৰ তিনিটা কাৰ্যকাল এই বুলিলে নগৰ উন্নয়ন , ৰাজ্যিক স্বাস্ত্যমন্ত্ৰী পিযুষ হাজৰিকাই। আজি সন্ধিয়া মৰিয়নীৰ ষ্টেচনত তিনিআলিত "হাই-মাষ্ট" লাইটৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পিযুষ হাজৰিকা একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীৰ নাম নোলোৱাকৈ সমালোচনা কৰে। মৰিয়নীত ২০টা "হাই-মাষ্ট" লাইট দিয়াৰ উপৰিও অতি শীঘ্ৰে অত্যাধুনিক প্ৰযুক্তিৰ সৌৰশক্তি দ্বাৰা চালিত ষ্ট্ৰীট লাইট নগৰখনত দিয়াৰ কথাও পিযুষ হাজৰিকা ঘোষণা কৰে।মৰিয়নীৰ পৌৰসভাৰ পৌৰপতি শম্ভূ পালে আঁত ধৰা এই সভাখনত ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা প্ৰমুখ্যে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।ইয়াৰ পাছতে মন্ত্রী পিযুষ হাজৰিকা ছুইচ অন কৰি মৰিয়নী নগৰৰ হাই মাষ্ট লাইট শুভাৰম্ভ কৰে।

Bite :- minister

Ranjit Borah
MarianiBody:MINISTER PIJUSH HAZARIKA @ MARIANI

MarianiConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.