ETV Bharat / state

মৰিয়নিত উদ্ধাৰ সলিল সমাধি হোৱা কিশোৰৰ মৃতদেহ - MARIANI SDRF TEAM RESCUED DEADBODY

বিগত ২৯ তাৰিখ মঙ্গলবাৰে খেলি থকা অৱস্থাতে ভোগদৈ নৈত সলিল সমাধি ঘটিছিল গোবিন্দ ৰাও নামৰ কিশোৰটিৰ ।

মৰিয়নিত উদ্ধাৰ সলিল সমাধি হোৱা কিশোৰৰ মৃতদেহ
author img

By

Published : Oct 31, 2019, 7:50 PM IST

মৰিয়নী,৩১ অক্টোবৰ: SDRF বাহিনীৰ অভিযানত অৱশেষত বৃহস্পতিবাৰে উদ্ধাৰ হল যোৱা মঙলবাৰে ভোগদৈ নৈত ডুব যোৱা কিশোৰৰ মৃতদেহ । যোৱা ২৯ তাৰিখে খেলি থকা অৱস্থাতে ভোগদৈ নৈত সলিল সমাধি ঘটিছিল গোবিন্দ ৰাও নামৰ এজন ১৫ বছৰীয়া কিশোৰৰ । ইয়াৰ পাছতে দুদিন ধৰি SDRF বাহিনীৰ ডুবাৰুৱে ভোগদৈ নৈত কিশোৰটিক বিচাৰি চলাথ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল।

মৰিয়নিত উদ্ধাৰ সলিল সমাধি হোৱা কিশোৰৰ মৃতদেহ

অৱশেষত বৃহস্পতিবাৰে দুপৰীয়া কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF বাহিনী । ঘটনস্থলীৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত উদ্ধাৰ হয় মৃতদেহটো ।

Intro:MARIANI SDRF TEAM

অৱশেষত SDRF বাহিনীয়ে উদ্ধাৰ কৰিলে সলিলি সমাধিস্থ কিশোৰৰ মৃতদেহ।

অৱশেষত SDRF বাহিনী অভিযানত উদ্ধাৰ হল ভোগদৈ নৈত ডুব যোৱা কিশোৰৰ মৃতদেহ।যোৱা ২৯ তাৰিখ মঙ্গলবাৰে ভোগদৈ নৈত খেলি থকা অৱস্থা গোবিন্দ ৰাও নামৰ এজন ১৫ বছৰীয়া কিশোৰৰ সলিলি সমাধি ঘটিছিল। দুদিন ধৰি SDRF ৰ ডুবাৰুৱে ভোগদৈ নৈত কিশোৰটিক বিচাৰি চলাথ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল। অৱশেষত আজি দুপৰীয়া কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনস্থলীৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত মৃতদেহটো উদ্ধাৰ কৰে SDRF বাহিনীয়ে। এই সন্দৰ্ভত SDRF বাহিনীৰ মন্তব্য এনেদৰে।

Bite :- SDRF

Ranjit Borah
MarianiBody:MARIANI SDRF TEAM

MarianiConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.