মৰিয়নি, 9 চেপ্তেম্বৰঃ মৰিয়নীৰ নগৰৰ মাজমজিয়াত এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰক লৈ নিৰাপত্তাহীনতাত ভুগিছে ৰাইজ ৷ প্ৰাপ্ত তথ্য মতে,যোৰহাট মৰিয়নী ঘাইপথৰ মৰিয়নী নগৰৰ চিনেমা হ'ল তিনিআলিৰ দাঁতিতে থকা এটা ট্ৰেন্সফৰ্মাৰ উন্মুক্ত হৈ থকাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত দিন কটাইছে ৰাইজে ৷ ঘাই পথৰ দাঁতিত ফুটপাথত এনেদৰে প্ৰায় তিনিফুট উচ্চতাত থকা এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোক লৈ কেৱল মানুহৰে নহয়,ট্ৰেন্সফৰ্মাৰটোৰ সংস্পৰ্শলৈ আহি পশুধনৰো ক্ষতি হোৱাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজে ৷
পথৰ কাষত উন্মুক্ত ট্ৰেন্সফৰ্মাৰ মৰিয়নীত - উন্মুক্ত ট্ৰেন্সফৰ্মাৰক লৈ আশংকাত ভুগিছে ৰাইজে
যোৰহাট মৰিয়নী ঘাইপথৰ দাঁতিতে তিনিফুট উচ্চতাত উন্মুক্ত ট্ৰেন্সফৰ্মাৰক লৈ আশংকাত ভুগিছে ৰাইজে ৷ বাৰে বাৰে মৰণফান্দ শক্তিবিভাগৰ ৷
![পথৰ কাষত উন্মুক্ত ট্ৰেন্সফৰ্মাৰ মৰিয়নীত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4380704-thumbnail-3x2-mariani.jpg?imwidth=3840)
পথৰ কাষত উন্মুক্ত ট্ৰেন্সফৰ্মাৰ মৰিয়নীত
মৰিয়নি, 9 চেপ্তেম্বৰঃ মৰিয়নীৰ নগৰৰ মাজমজিয়াত এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰক লৈ নিৰাপত্তাহীনতাত ভুগিছে ৰাইজ ৷ প্ৰাপ্ত তথ্য মতে,যোৰহাট মৰিয়নী ঘাইপথৰ মৰিয়নী নগৰৰ চিনেমা হ'ল তিনিআলিৰ দাঁতিতে থকা এটা ট্ৰেন্সফৰ্মাৰ উন্মুক্ত হৈ থকাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত দিন কটাইছে ৰাইজে ৷ ঘাই পথৰ দাঁতিত ফুটপাথত এনেদৰে প্ৰায় তিনিফুট উচ্চতাত থকা এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোক লৈ কেৱল মানুহৰে নহয়,ট্ৰেন্সফৰ্মাৰটোৰ সংস্পৰ্শলৈ আহি পশুধনৰো ক্ষতি হোৱাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজে ৷
পথৰ কাষত উন্মুক্ত ট্ৰেন্সফৰ্মাৰ মৰিয়নীত
পথৰ কাষত উন্মুক্ত ট্ৰেন্সফৰ্মাৰ মৰিয়নীত
Intro:Mariani open transformer
মৰিয়নীৰ নগৰৰ মাজমজিয়াত উন্মুক্ত ট্ৰেন্সফাৰ্মাৰ: ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা।
মৰিয়নি নগৰৰ মাজমজিয়াত এটা উন্মুক্ত ট্ৰেঞ্চফৰ্মাৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে ৰাইজ। যোৰহাট মৰিয়নী ঘাইপথৰ মৰিয়নী নগৰৰ চিনেমা হল তিনিআলিৰ দাঁতিতে থকা এটা ট্ৰেন্সফৰ্মাৰ উন্মুক্ত হৈ থকাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰা হৈছে। ঘাই পথৰ দাঁতিত ফুটপাথত এনেদৰে প্ৰায় তিনিফুট উচ্চতাত থকা এই উন্মুক্ত ট্ৰেন্সফাৰ্মাৰ সংস্পৰ্শলৈ মানুহৰ লগতে পশুধনৰ অহাৰো আশংকা কৰি নিৰাপত্তাহীনতাত ভুগিছে স্থানীয় ৰাইজ।
Bite:-
Ranjit Borah
MarianiBody:Mariani open transformer

MarianiConclusion: