ETV Bharat / state

বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত তিতাবৰবাসী - ছৈকটা

শুকুৰবাৰে দুটা বনৰীয়া হাতী খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰে । ছৈকটাবাসী ৰাইজৰ মূল্যবান গছ-গছনি, শাক-পাচলি নষ্ট কৰাৰ লগতে শাক-পাচলি খাই তহলিং কৰে বনৰীয়া হাতীয়ে ৷

বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত তিতাবৰবাসী
author img

By

Published : Jun 16, 2019, 9:14 AM IST

তিতাবৰ, 16 জুনঃ তিতাবৰ মহকুমাৰ অন্তৰ্গত ছৈকটাত বন্যহস্তীৰ সন্ত্ৰাস ৷ শুকুৰবাৰে দুটা বনৰীয়া হাতী খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰে । ছৈকটাবাসী ৰাইজৰ গছ-গছনি, শাক-পাচলি নষ্ট কৰাৰ লগতে শাক-পাচলি খাই তহলিং কৰে হাতীয়ে । ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পিচতো বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে হাতী মানুহৰ সংঘাত হোৱাটো প্ৰায় নিশ্চিত বুলি কয় ভুক্তভোগী ৰাইজে ।

Intro:তিতাবৰত বন্য হস্তীৰ সন্ত্ৰাস কান হাৰ নাই বন বিভাগৰ
তিতাবৰ মহকুমাৰ অন্তৰ্গত ছৈকটাত আজি দুটা বনৰীয়া হাতী খাদ্য সন্ধানত গিবন অভয়াৰণ্য পৰা উলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।ছৈকটা অঞ্চলত ৰাইজৰ বাৰীত সুমাই মূল্যবান গছ গছনি শাক পাচলি নষ্ট কৰাৰ লগতে শাক পাচলি খাই তহলিং কৰিছে।Body:কিন্তু বন বিভাগৰ লোক এতিয়ালৈকে উপস্থিত হোৱা নাই এওঁলোক এতিয়া নিদ্ৰাদেৱী ৰ কোলাত ।অসম চৰকাৰৰ বিযাগোম বন বিভাগে কোনো ব্যৱস্হা গ্ৰহণ নকৰিলে হাতী মানুহৰ সংঘাত হোৱাটো প্ৰায় নিশ্চিত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.