কেৰালাত কাম কৰিবলৈ গৈ ভাগ্য পৰীক্ষা কৰিলে অসমৰ এজন যুৱকে । 50 টকাৰ লটাৰী টিকট ক্ৰয় কৰি 60 লাখ টকাৰ সপোন দেখা যুৱকজনে পালেলটাৰীৰ মালিকৰ কন্যাৰ বিয়াৰ প্ৰস্তাৱ
50 টকাত 60 লাখ টকা - কেৰালা
লগতে বিয়াৰ বাবে কইনা ফ্ৰী
50 টকাত 60 লাখ টকা
কেৰালাত কাম কৰিবলৈ গৈ ভাগ্য পৰীক্ষা কৰিলে অসমৰ এজন যুৱকে । 50 টকাৰ লটাৰী টিকট ক্ৰয় কৰি 60 লাখ টকাৰ সপোন দেখা যুৱকজনে পালেলটাৰীৰ মালিকৰ কন্যাৰ বিয়াৰ প্ৰস্তাৱ
Intro:কেৰেলাত কাম কৰিবলৈ গৈ ভাগ্য পৰীক্ষাও কৰিলে অসমৰ এজন যুৱকে। ৫০ টকাৰ টিকটত ৬০ লাখ টকা জিকি পালে লটাৰী মালিকৰ কন্যাৰ বিয়াৰ প্ৰস্তাৱ। অৱশেষত অসমলৈ পলায়ন কৰি প্ৰাণ ৰক্ষা কৰিবলগীয়া হল যুৱকজনে।
Body:কথাতে কয় নহয় লোভেই পাপ পাপেই মৃত্যু। কথাষাৰৰ বাস্তৱ প্ৰমাণ কিন্তু বহুতেই পাইছে। তেনে এক ঘটনাই সংঘটিত হল নগাওঁ জিলাৰ ৰূপহীহাটৰ এজন যুৱকৰ ক্ষেত্ৰত। যুৱক এইজন। নাম জাকিৰ হুছেইন। কিছুদিন পূৰ্বে কাম বিচাৰি কেৰেলালৈ গৈছিল এইজন জাকিৰ হুছেইন। সামান্য মজুৰীৰ বিনিময়ত এটা কোম্পানীত শ্ৰমিক হিচাপে কাম কৰা জাকিৰে হঠাৎ ক্ৰয় কৰিলে এখন লটাৰী টিকট। মাত্ৰ ৫০ টকাৰ বিনিময়ত ক্ৰয় কৰা লটাৰীত জাকিৰে জিকিল ৬০ লাখ টকা। একেলগে ৬০ লাখ টকাৰ সপোন দেখি আনন্দত আত্মহাৰা হৈ পৰে জাকিৰ। ৬০ লাখ টকা বিচাৰি বিচাৰি জাকিৰ গৈ উপস্থিত হয় লটাৰী মালিকৰ ঘৰত। কিন্তু ৬০ লাখ টকাৰ বিপৰীতে জাকিৰে কি পালে জানে।
bite 1- (মালিকৰ কন্যাৰ বিয়াৰ প্ৰস্তাৱ পোৱাৰ কথা)
vo. হয় বিমোৰত পৰিল জাকিৰ কাৰণ বিয়াৰ প্ৰস্তাৱ মালিকৰ কন্যাৰ সৈতে। ৬০ লাখ টকাৰ সপোন দেখা জাকিৰে অগ্ৰাহ্য কৰিলে প্ৰস্তাৱ। তাৰ পিছতেই মালিকপক্ষৰ পৰা বহু ভাবুকিৰ অভিযোগ জাকিৰৰ। প্ৰাণে হত্যা কৰাৰ চেষ্টা জাকিৰক। দুই এজনে কৰিলে আক্ৰমণ। কাঢ়ি নিলে লটাৰী টিকট। অৱশেষত ৬০ লাখৰ বিপৰীতে জাকিৰে পালে জীৱনলৈ ভাবুকি। আৰক্ষীৰ কাষ চাপিও নাপালে কোনো ফল। কাৰণ জাকিৰৰ নাই ভাষাৰ জ্ঞান। অৱশেষত লোভত পৰি পাপৰ ফলস্বৰূপে মৃত্যুৰ ভয়ত ত্ৰস্তমান হৈ প্ৰাণ লৈ অসমলৈ পলায়ন জাকিৰৰ।
bite
Conclusion:এনেই নকয় লোভেই পাপ পাপেই মৃত্যু।
----------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৫-৩-১৯