ETV Bharat / state

64বছৰীয়া হ'ল ভাৰতীয় জীৱন বীমা নিগম - বীমা প্ৰতিষ্ঠান

বিগত 2018-19 বিত্তীয় বৰ্ষৰ শেষত বীমা প্ৰতিষ্ঠানটোৱে ব্যক্তিগত বীমাৰ ক্ষেত্ৰত 32 খনকৈ আঁচনি গ্ৰহণ কৰিছিল । বৰ্তমান 1লাখতকৈয়ো অধিক বিভিন্ন স্তৰৰ কৰ্মচাৰী, 11.79 লাখ অভিকৰ্তা আৰু 29.09 কোটি সক্ৰিয় বীমা প্ৰত্ৰ আছে বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন নিগমৰ ৷

63 টা বছৰ অতিক্ৰম LIC ৰ
author img

By

Published : Sep 2, 2019, 10:40 PM IST

যোৰহাট, 2 চেপ্তেম্বৰঃ ৬৩ টা বছৰ অতিক্ৰম কৰিলে ভাৰতীয় জীৱন বীমা নিগমে ৷ 1 ছেপ্টেম্বৰ 2019 তাৰিখে 63 টা বছৰ অতিক্ৰম কৰি 64 তম বৰ্ষত খোজ পেলাইছে প্ৰতিষ্ঠানটোৱে । 1956 চনত মাত্ৰ 5 কোটি টকা মূলধনৰে গঠিত ভাৰতীয় জীৱন বীমা নিগমৰ বৰ্তমান সম্পদৰ পৰিমাণ 31,11,847,28 কোটি টকা আৰু লাইফ ফান্ড 28,28,330.12 কোটি টকা বুলি মন্তব্য কৰে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই । আনহাতে, 168 টা কাৰ্যালয়েৰে আৰম্ভ কৰা প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ৰ সংখ্যা 4851 টা ।

63 টা বছৰ অতিক্ৰম LIC ৰ

উল্লেখযোগ্য যে, বিগত 2018-19 বিত্তীয় বৰ্ষৰ শেষত বীমা প্ৰতিষ্ঠানটোৱে ব্যক্তিগত বীমাৰ ক্ষেত্ৰত 32খন আঁচনি গ্ৰহণ কৰিছিল । বৰ্তমান 1লাখত কৈয়ো অধিক বিভিন্ন স্তৰৰ কৰ্মচাৰী, 11.79 লাখ অভিকৰ্তা আৰু 29.09 কোটি সক্ৰিয় বীমা প্ৰত্ৰ আছে বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন নিগমৰ । সোমবাৰে যোৰহাটৰ ৰজাবাৰীস্থিত মাণ্ডলিক কাৰ্যালয়ত 63 তম বীমা সপ্তাহত সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰী কৰিলে জ্যেষ্ঠ মাণ্ডলিক প্ৰবন্ধক প্ৰকাশ মিশ্ৰই ।

ভাৰতীয় জীৱন বীমা নিগমৰ বীমা সপ্তাহ উপলক্ষে সংবাদ মেল।।

ভাৰতীয় জীৱন বীমা নিগমে ১ছেপ্টেম্বৰ ২০১৯ তাৰিখে ৬৩ টা বছৰ অতিক্ৰম কৰি ৬৪ তম বৰ্ষত খোজ পেলাইছে।১৯৫৬ চনত মাত্ৰ ৫ কোটি টকা মূলধনৰে গঠিত ভাৰতীয় জীৱন বীমা নিগমৰ বৰ্তমানৰ সম্পদৰ পৰিমাণ ৩১,১১,৮৪৭.২৮ কোটি টকা আৰু লাইফ ফান্ড ২৮,২৮,৩৩০.১২কোটি টকা।১৬৮ টা কায্যলয়েৰে আৰম্ভ কৰা প্ৰতিষ্ঠান টোৰ কায্যলয়ৰ সংখ্যা ৪৮৫১ টা।উল্লেখযোগ্য যে বিগত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ শেষত বীমা প্ৰতিষ্ঠানটোৱে ব্যক্তিগত বীমাৰ ক্ষেত্ৰত ৩২ টা আচনি গ্ৰহণ কৰিছিল।বৰ্তমান ১ লাখতকৈয়ো অধিক বিভিন্ন স্তৰৰ কৰ্মচাৰী,১১.৭৯ লাখ অভিকৰ্তা আৰু ২৯.০৯ কোটি সক্ৰিয় বীমা প্ৰত্ৰ আছে বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন নিগমৰ।২০১৮-১৯ বিত্তীয় বৰ্ষত ৫.৬৮% নতুন ব্যৱসায়ৰে নতুন প্ৰথম বৰ্ষত ১,৪২,১৯১.৬১ কোটি টকাৰ প্ৰিমিয়ামৰ পৰিমাণ আছিল।আজি যোৰহাটৰ ৰজাবাৰীস্হীত মান্ডলীক কায্যলয়ত ৬৩ তম বীমা সপ্তাহ সংবাদ মেল সম্বোধন কৰি জেষ্ঠ মান্ডলীক প্ৰবন্ধক প্ৰকাশ মিশ্ৰই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.