ETV Bharat / state

শংকৰ সংঘৰ বৈষ্ণৱ সকল অসমীয়া হয়নে নহয় সন্দেহজনক : লক্ষ্মীনাথ তামুলী

যোৰহাটৰ কল্যাণী ৰংগমঞ্চত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আয়োজিত জন-সমাৰোহ অনুষ্ঠান

শংকৰ সংঘৰ বৈষ্ণৱ সকল অসমীয়া হয়নে নহয় সন্দেহজনক : লক্ষ্মীনাথ তামুলী
author img

By

Published : Feb 3, 2019, 7:56 PM IST

যোৰহাট, ৩ ফেব্ৰুৱাৰীঃ দেওবাৰে উত্তৰ-পুৱ যোৰহাট জনজাগৰণ মঞ্চৰ উদ্যোগত অনুষ্ঠিত এক জন-সমাৰোহ অনুষ্ঠানত এই মন্তব্য প্ৰাক্তন আই এ এছ বিষয়া তথা বুদ্ধিজীৱী লক্ষ্মীনাথ তামুলীৰ । যোৰহাটৰ কল্যাণী ৰংগমঞ্চত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আয়োজিত কৰা হৈছিল এই জন-সমাৰোহ অনুষ্ঠান ।

শংকৰ সংঘৰ বৈষ্ণৱ সকল অসমীয়া হয়নে নহয় সন্দেহজনক : লক্ষ্মীনাথ তামুলী
undefined

এই অনুষ্ঠানতেই এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে লক্ষ্মীনাথ তামুলীয়ে । শংকৰ সংঘৰ বৈষ্ণৱ সকল অসমীয়া হয়নে নহয় সন্দেহ বুলি প্ৰকাশ কৰি কয় অসমীয়া জাতিৰ সংকটৰ সময়ত, নাগৰিকত্ব সংশোধনী বিধেয়কৰ মূল হোতা প্ৰধানমন্ত্ৰী গৰাকী তথা জাতিৰ ঘাতক গৰাকীক আদৰিবলৈ প্ৰস্তুত হৈছে এতিয়া শংকৰ সংঘ ।

ইয়াৰ লগতে সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰি কয় যে, ৯৫ শতাংশ অসমীয়া ৰাইজে এতিয়াও বিধেয়কক লৈ স্পষ্ট নহয় । আনহাতে সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ জুল খাউণ্ডেও শংকৰ সংঘৰ স্থিতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

শংকৰ সংঘৰ বৈষ্ঞৱ সকল অসমীয়া হয়নে নহয় সন্দেহজনক-- লক্ষীনাথ তামুলী।

A.V+V.O= শংকৰ সংঘৰ বৈষ্ঞৱ সকল অসমীয়া হয়নে নহয় সন্দেহজনক। অসমীয়া জাতিৰ সংকটৰ সময়ত , নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুল হোতা প্ৰধানমন্ত্ৰী গৰাকী তথা জাতিৰ ঘাটক গৰাকীক আদৰিবলৈ প্ৰস্তুত হৈছে।-- এই বিতৰ্কিত মন্তব্য অৱসৰপ্ৰাপ্ত আই এ এছ  বিষয়া তথা বুদ্ধিজীৱী লক্ষিনাথ তামুলীৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘোৰ বিৰুধিতা কৰি  শংকৰ সংঘৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় তথা জাতীয় অনুস্থানৰ স্থিতিক ক্ষুৰধাৰ সমালোচনা কৰে। ইপিনে উত্তৰ -পুব যোৰহাট জনজাগৰণ মঞ্চৰ উদ্যোগত  যোৰহাটৰ কল্যাণী ৰংগমঞ্চত  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুধীতা কৰি আয়োজিত জন-সমাৰোহত আজিৰ তাৰিখতো ৯৫শতাংশ অসমীয়া ৰাইজে এই বিধেয়কক লৈ স্পষ্ট নহয় বুলিও উদ্বেগ প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে।

BITE=1=লক্ষিনাথ তামূলী

V.O=2= এই জন সমাৰোহত  সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ জুল খাউণ্ডেও শংকৰ সংঘৰ স্থিতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.