ETV Bharat / state

Srimanta Sankardeva Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

author img

By

Published : Dec 18, 2022, 4:08 PM IST

যোৰহাটত ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশন । ৩ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ পশ্চিম যোৰহাট আঞ্চলিকৰ আতিথ্যত অনুষ্ঠিত হ’ব লগা অধিবেশনখনিৰ আজি স্থাপন কৰা হয় লাইখুঁটা । ঐতিহাসিক দেউৰীপথাৰৰ শুদা কৃষ্ণ যজ্ঞোৰাম ৰাম বৰা সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷

Laid foundation stone of Annual Convention of Sankardeva Sangha in Jorhat
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

যোৰহাট, 18 ডিচেম্বৰ: উদুলি-মুদুলি উত্তৰ পশ্চিম যোৰহাটৰ যজ্ঞোৰাম বৰাৰ সমন্বয় ক্ষেত্ৰ (Srimanta Sankardeva Sangha Annual Convention) ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬৮ সংখ্যক যোৰহাট জিলাৰ বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপনৰ বাবেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে যজ্ঞোৰাম বৰাৰ সমন্বয় ক্ষেত্ৰখন ৷

উল্লেখ্য যে উত্তৰ পশ্চিম যোৰহাটৰ এই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা ৬৮ সংখ্যক বাৰ্ষিক অধিবেশন (Laid foundation stone of Sankardeva Sangha) ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ বাৰ্ষিক অধিবেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয় । উত্তৰ পশ্চিম যোৰহাটৰ যজ্ঞোৰাম বৰাৰ সমন্বয় ক্ষেত্ৰত ২০২৩ বৰ্ষৰ তিনি ফেব্ৰুৱাৰীৰ পৰাৰ আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ অধিবেশনখন ।

লগতে পঢ়ক: festival of Pahrag in Dhemaji : জোনাইৰ আমলখি পাইত গাৱঁত পঃৰাগ উৎসৱৰ লাইখুঁটা স্থাপন

উত্তৰ পশ্চিম যোৰহাট আঞ্চলিকৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা অধিবেশনখনৰ আজি লাইখুঁটা স্থাপন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । উত্তৰ পশ্চিম যোৰহাটত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশনখন ৷ আজি লাইখুঁটা স্থাপন অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে ।

সকলোৰে মুখত ভাহি অহা হৰিনামৰ ধ্বনিৰ মাজেৰে লাইখুঁটা স্থাপনৰ অনুষ্ঠানলৈ পদাধিকাৰ কমলাকান্ত গগৈক আদৰি আনে । লাইখুটা স্থাপনৰ লগে লগে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰে উত্তৰ পশ্চিম যোৰহাট ঐতিহাসিক দেউৰী পথাৰৰ শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত (Srimanta Sankardeva Sangha) । আজিৰে পৰা যুদ্ধকালীন তৎপৰতাৰে ৬৮ সংখ্যক জিলা অধিবেশনখনি জাকত জিলিকাই তুলিবলৈ অঞ্চলটো ৰাইজ বদ্ধপৰিকৰ বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Book fair at Kalgachia: কলগাছিয়াত দ্বাদশ গ্রন্থমেলাৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.