কোকৰাঝাৰ, ১৬ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ জিলাৰ চিথিলা ভূৱনগৰ ডাকঘৰৰ কাম কাজ বিগত তিনি বছৰে চলিছে পোষ্ট মাষ্টৰৰ ঘৰৰ পৰা। ২০১৭ চনতে জহি-খহি গৈছিল অস্থায়ী ডাকঘৰটো।
ডিজিটেল ইণ্ডিয়াৰ বিপৰীত ছবি - ডাকঘৰ
পোষ্টমাষ্টাৰৰ ঘৰৰ পৰা চলিছে ডাক যোগান ব্যৱস্থা
kokrajhar post office
কোকৰাঝাৰ, ১৬ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ জিলাৰ চিথিলা ভূৱনগৰ ডাকঘৰৰ কাম কাজ বিগত তিনি বছৰে চলিছে পোষ্ট মাষ্টৰৰ ঘৰৰ পৰা। ২০১৭ চনতে জহি-খহি গৈছিল অস্থায়ী ডাকঘৰটো।
Intro:কোকৰাঝাৰৰ চিথিলা ভূৱনগৰ ডাকঘৰৰ অচল অৱস্থা: ডাকঘৰৰ অভাৱত বাসগৃহৰ পৰাই চলাইছে ডাকঘৰৰ কামকাজ।
যি সময়ত বিজেপি নিতৃত্ব কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো বিভাগ ৰ উন্নয়ন ৰ কথা কৈ আহিছে, এই সময় তে কোকৰাঝাৰ জিলাত এখন ডাকঘৰৰ কৰ্ম কান্দোয়ে জ্বলা কলা খোয়েছে ৰাজ্য বাসীক।
Body:কোকৰাঝাৰ জিলাৰ চিথিলা ভূৱনগৰ ডাকঘৰৰ কাম কাজ বিগত তিনি বছৰে পোষ্ট মাষ্টৰৰ ঘৰৰ পৰাই পৰিচালনা কৰিবলৈ বাধ্য হৈছে ৷ ২০১৭ চনৰ চিথিলা ভূৱনগৰ শাখা ডাঘৰৰ অস্থায়ী গৃহটো জহিখহি হয় জাই ৷ ইপিনে বিগত তিনিটা বছৰে বহুত কষ্টৰ মাজত পোষ্টমাষ্টৰ টিকেন্দ্ৰ নাথ ৰায়ে নিজ বাসগৃহৰ পৰাই ডাকঘৰৰ যাৱতীয় কামকাজ পৰিচালনা কৰিবলৈ বাধ্য হয় ৷ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে থকা একমাত্ৰ ডাকঘৰৰ শাখাটোৰ স্থায়ী গৃহ নথকাত প্ৰতিদিনে সমস্যাৰ সন্মূখিন হবলৈ বাধ্য হৈছে স্থানীয় ৰাইজে ৷
Conclusion:শেহতীয়াকৈ অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থত পোষ্টমাষ্টৰ টিকেন্দ্ৰ ৰায়ে নিজ গৃহৰ পৰা ডাক আদান প্ৰদানৰ লগতে বিভিন্ন কামকাজ পৰিচালনা কৰাৰ ফলত একপ্ৰকাৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ ডিজিটেল ইণ্ডিয়া এক বিপৰিত স্বৰুপ হে পৰিলক্ষিত হয় কোকৰাঝাৰত