ETV Bharat / state

যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ

author img

By

Published : Jan 4, 2020, 8:21 PM IST

সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা আৰু সাধাৰণ সম্পাদকৰ বিৰুদ্ধে কৰা তীৰ্যক মন্তব্যৰ বাবে যোৰহাটত সাব্যস্ত তীব্ৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে দাহ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি ৷

kamkhya prasad tasa effigy burn
যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ

যোৰহাট,4 জানুৱাৰীঃ সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ বিৰুদ্ধে কৰা তীৰ্যক মন্তব্যৰ বাবে যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ ৷

যোৰহাটত প্ৰতিবাদ
সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শনিবাৰে কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনাগত দিনত সদৌ অসম ছাত্র সন্থাৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰাৰ পৰা বিৰত থাকক অন্যথা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু হওক বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়কঃনলবাৰীৰ অসম গণ পৰিষদৰ তৃণমূল কৰ্মীৰ CAA বিৰোধী অৱস্থান ধৰ্মঘট

সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ।।সদৌ অসম ছাত্র সন্হাৰ উপদেষ্টা আৰু সাধাৰণ সম্পাদকৰ বিৰুদ্ধে কৰা তীয্য মন্তব্য বাবে এই প্ৰতিবাদ।।

কামাখ্যা প্ৰসাদ তাছাৰ অস্বিত্ব কি।যতেই নিৰ্বাচন খেলে তাতেই হাৰিছিল।বহু পৰিবৰ্তন ঢৌত উতি গৈ সাংসদ হোৱা তাছাৰ নিজৰ দলতেই স্হীতি কি আছে।মাথোঁ কথাৰ ফুলজাৰী মৰা কামাখ্যা প্ৰসাদ তাছাই অধীকাল কত পালে সদৌ অসম ছাত্র সন্হাৰ উপদেষ্টা সম্মুজ্জল ভট্টাচাৰ্য্য আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি বিৰুদ্ধে তীৰ্য মন্তব্য কৰাৰ।সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি হুংকাৰ প্ৰদান কৰি কয় অনাগত দিনত সদৌ অসম ছাত্র সন্হাৰ বিৰুদ্ধে তীৰ্য মন্তব্য কৰাৰ পৰা বিৰত থাকক অন্যস্হা যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ সাজু হওক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.