ETV Bharat / state

কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠান

author img

By

Published : Feb 20, 2021, 9:23 AM IST

প্ৰত্যেক বছৰৰ দৰে এই বছৰো যোৰহাট জিলা টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডী আৰু লিটাৰেৰী ফ'ৰামৰ উদ্যোগত শুকুৰবাৰে কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয় ৷ এই বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমী বঁটা প্ৰাপক, ৰাজীৱ গান্ধী পেট্ৰ’লিয়াম ইউনিভাৰচিটি পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট কবি, সাহিত্যিক ড৹ কমল কুমাৰ তাঁতী ৷

কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠান
কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠান

টিয়ক,20 ফেব্ৰুৱাৰী: শুকুৰবাৰে কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয় ৷ এই বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমী বঁটা প্ৰাপক, ৰাজীৱ গান্ধী পেট্ৰ’লিয়াম ইউনিভাৰচিটি পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট কবি, সাহিত্যিক ড৹ কমল কুমাৰ তাঁতী ৷

যোৰহাট জিলা টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডী আৰু লিটাৰেৰী ফ'ৰামৰ উদ্যোগত প্ৰত্যেক বছৰে আয়োজন কৰা হয় এই প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠান ৷

এই বক্তৃতা অনুষ্ঠানত প্ৰান্তীয় কন্ঠৰ বৈশিষ্টৰ লগতে সাহিত্যত ইয়াৰ প্ৰতিফলনৰ ওপৰত আলোকপাত কৰে । মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পংকজ গোস্বামীৰ সভাপতিত্বত আয়োজিত হোৱা এই অনুষ্ঠানত মহাবিদ্যালয়ৰ কেইবা গৰাকী অধ্যাপক উপস্থিত থাকি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে । লগতে এই অনুষ্ঠানে ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যত জীৱনত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে ।

লগতে পঢ়কঃ আবতৰীয়া দীপাৱলী পাতি মোডীক ধন্যবাদ জনালে মাজুলীবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.