ETV Bharat / state

জে.পি নাড্ডা প্ৰতিকৃতি দাহেৰে যোৰহাটত আছুৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জে.পি নাড্ডাই কৰা মন্তব্যৰ পাচতে, যোৰহাটতো দেখিবলৈ পোৱা গ'ল প্ৰতিবাদী কাৰ্যসূচী ৷ যোৰহাটত আছুই জে.পি নাড্ডা প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

author img

By

Published : Oct 21, 2020, 3:57 PM IST

যোৰহাটত আছুৰ প্ৰতিবাদযোৰহাটত আছুৰ প্ৰতিবাদ
যোৰহাটত আছুৰ প্ৰতিবাদ

যোৰহাট, 21 অক্টোবৰ: পশ্চিম বংগৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জে.পি নাড্ডাই কৰা মন্তব্যৰ পাচতে পুনৰ এবাৰ ৰাজ্যৰ গা কৰি উঠিছে এই আইন বিৰোধী আন্দোলনে ৷ ভিন্ন দল-সংগঠনৰ প্ৰতিবাদী ধ্বনিৰে উত্তাল হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷

জে.পি নাড্ডা প্ৰতিকৃতি দাহেৰে যোৰহাটত আছুৰ প্ৰতিবাদ
জে.পি নাড্ডা প্ৰতিকৃতি দাহেৰে যোৰহাটত আছুৰ প্ৰতিবাদ

জে.পি নাড্ডাৰ লগতে বিজেপি দলৰ বিৰুদ্ধে বুধবাৰে সৰৱ হ'ল যোৰহাট জিলা ছাত্ৰ সন্থা ৷ জে.পি নাড্ডাই কৰা মন্তব্যক ধিক্কাৰ জনায় প্ৰতিবাদকাৰী সকলে ৷ লগতে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা সমিতিৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰনেতাই বিজেপি নেতা গৰাকীৰ প্ৰতিকৃতি দাহ কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিধায়ক ৰকিবুল হুছেইনৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.