ETV Bharat / state

টীয়কত পুনৰ সক্ৰিয় বেংক হেকাৰ চক্ৰ, গ্ৰাহকৰ ধন হৰলুকি

author img

By

Published : Sep 13, 2019, 1:29 PM IST

এচ বি আইৰ টীয়ক শাখাৰ কেইবাজনো গ্ৰাহকৰ একাউন্টত জমা ৰখা ধন অনলাইন ব্যৱস্থাৰ যোগেদি পূৰ্বতে দুষ্ট চক্ৰই উলিয়াই নিছিল ৷

দুষ্ট চক্ৰই উলিয়াই নিলে গ্ৰাহকৰ জমা ধন

টীয়ক, 13 চেপ্তেম্বৰঃ যোৰহাট জিলাৰ টীয়কস্থিত ভাৰতীয় ষ্টেট বেংকত গ্ৰাহকে জমা ৰখা ধন এটা দুষ্ট চক্ৰই কৌশলৰে গ্ৰাহকৰ একাউন্টৰ পৰা মোকলাই নিয়া এক ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এচ বি আইৰ টীয়ক শাখাৰ কেইবাজনো গ্ৰাহকৰ একাউন্টত জমা ৰখা ধন অনলাইন ব্যৱস্থাৰ যোগেদি পূৰ্বতে দুষ্ট চক্ৰই উলিয়াই নিছিল ৷

JORHAT TEOK SBI SCANDAL NEWS
টীয়কত পুনৰ সক্ৰিয় বেংক হেকাৰ চক্ৰ, গ্ৰাহকৰ ধন হৰলুকি
ইফালে এই ঘটনাত জড়িত থকা অপৰাধীৰ সন্ধান ঊলিওৱাত ব্যৰ্থ হোৱা বেংক কতৃপক্ষ তথা আৰক্ষীৰ বিৰুদ্ধে ৰাইজে বিষেদগাৰ প্ৰকাশ কৰা সময়তে পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি ঘটিল টীয়কত ৷ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি টীয়কত শিখা ভূঞা হাজৰিকা নামৰ গ্ৰাহক গৰাকীৰ একাউন্টৰ পৰা দুষ্ট চক্ৰটোৱে ছয় হাজাৰ সাতশ টকা উলিয়াই লৈ যায় ৷ ইতিমধ্যে এই ঘটনাৰ বিষয়ে গ্ৰাহক গৰাকীয়ে আৰক্ষীক অভিযোগ দাখিল কৰিছে ৷

Intro:Body:টীয়কত পুনৰ সক্ৰিয় বেঙ্ক হেকাৰ চক্ৰ
TEOK:যোৰহাট জিলাৰ টীয়কস্হিত ভাৰতীয় ষ্টেট বেঙ্কত গ্ৰাহকে জমা ৰখা ধন এটা দুষ্ট চক্ৰই কৌশলৰে গ্ৰাহকৰ একাউন্টৰ পৰা মোকলাই নিয়া এক ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এচ বি আই ৰ টীয়ক শাখাৰ কেইবাজন গ্ৰাহকৰ একাউন্টত জমা ৰখা ধন অনলাইনৰ যোগেদি পূৰ্বতে দুষ্ট চক্ৰই ওলিয়াই নিয়া ঘটনাৰে জড়িত থকা এজনো অপৰাধীৰ সন্ধান ঊলিওৱা ব্যৰ্থ বেঙ্ক কতৃপক্ষ তথা আৰক্ষী।আৰক্ষীৰ এনে ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি টীয়কত পুনৰ সক্ৰিয় হৈ উঠিছে এই দুষ্টচক্ৰটো ।আজি পুনৰ পোহৰলৈ আহিছে শিখা ভূঞা হাজৰিকা নামৰ বেঙ্কটোৰ গ্ৰাহক তথা সাংবাদিক পাৰ্থ হাজৰিকাৰ পত্নীৰ একাউন্টৰ পৰা দুষ্ট চক্ৰ টোৱে ছয় হাজাৰ সাতশ টকা ওলিয়াই লৈ যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।ইতিমধ্যে এই ঘটনাৰ বিষয়ে গ্ৰাহক গৰাকীয়ে আৰক্ষীক অভিযোগ দাখিল কৰিছে।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.