ETV Bharat / state

যোৰহাটত ব্যাপক প্ৰতিবাদ ৰাইজৰ

author img

By

Published : Dec 15, 2019, 11:28 AM IST

Updated : Dec 15, 2019, 12:11 PM IST

JORHAT PROTEST BREAKING
অষ্টম দিনাও যোৰহাটত ব্যাপক প্ৰতিবাদ অব্যাহত

11:17 December 15

ঐক্যবদ্ধভাৱে যুঁজত নামিল যোৰহাটৰ নাগৰিকসকল

JORHAT PROTEST BREAKING
যোৰহাটত ব্যাপক প্ৰতিবাদ ৰাইজৰ
  • অষ্টম দিনাও যোৰহাটত ব্যাপক প্ৰতিবাদ অব্যাহত
  • জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত শ শ লোকৰ স্বত্ব:ৰ্ফুত অংশগ্ৰহণ
  • ঐক্যবদ্ধভাৱে যুঁজত নামিল যোৰহাটৰ নাগৰিকসকল
  • চহৰখনৰ মাজৰে উলিওৱা হৈছে বৃহৎ প্ৰতিবাদী সমদল
  • ইফালে ৪৮ ঘন্টালৈ বৃদ্ধি কৰা হ'ল ইন্টাৰনেট সেৱা ব্যাহত হৈ থকাৰ সময়সীমা
  • ইয়াৰ উপৰিও পেট্ৰল পাম্প আৰু এ টি এমত লানি গ্ৰাহকৰ দীঘলীয়া শাৰী
  • সাম্প্রতিক যোৰহাটৰ পৰিৱেশ শান্ত যদিও প্ৰতিবাদী জনতাৰ প্ৰতিবাদ অব্যাহত
  • আনহাতে মৰিয়নিৰ পৰা যোৱা দুখন দূৰণিবটীয়া ৰেল চলাচল কৰিছে আজিৰ পৰা
  • অবাধ আসাম আৰু ব্ৰহ্মপুত্ৰ মেইলে যাত্ৰা আৰম্ভ কৰিছে গন্তব্য স্থানলৈ
  • বিপৰীতে এতিয়াও যোৰহাট ৰেল ষ্টেচন পৰা সকলো ৰেলৰ চলাচল বন্ধ আছে

Intro:Body:

অষ্টম দিনাও যোৰহাটত ব্যাপক প্ৰতিবাদ অব্যাহত।।জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত শ শ লোকৰ স্বত্ব:ৰ্ফুত অংশগ্ৰহণ।ঐক্য ভাৱে যূজ আকৌ নামিল যোৰহাটৰ নাগৰিক।চহৰখনৰ মাজৰে প্ৰতিবাদী সমদল।আনহাতে ৪৮ ঘন্টালৈ বৃদ্ধি কৰা হল ইন্টাৰনেটত সেৱাত ব্যাঘাত।ইয়াৰ উপৰিও পেট্ৰল পাম্প আৰু এ টি এমত লানি নিছিগা দীঘলীয়া শাৰী।।সাম্প্রতিক যোৰহাটৰ পৰিৱেশ শান্ত যদিও প্ৰতিবাদী জনতাৰ প্ৰতিবাদ অব্যাহত।

মৰিয়ণি পৰা দুখন  দুৰণী বটীয়া ৰেল চলাচল কৰিছে।অবাধ আসাম আৰু ব্ৰক্ষপুত্ৰ মেল।

যোৰহাট ৰেল ষ্টেচন পৰা সকলো ৰেল চলাচল ব্যাহত বৰ্তমানে ও

Conclusion:
Last Updated : Dec 15, 2019, 12:11 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.