ETV Bharat / state

"নিয়ৰ"এক প্ৰচেষ্টা... - যোৰহাট

আৰাধনা শৰ্মা নামৰ যোৰহাটৰ চেনিজান চাহবাগিছাৰ যুৱতী গৰাকীয়ে প্ৰাকৃতিক ভাৱে 'নিয়ৰ' নামৰ এটা প্ৰতিষ্ঠান ঘৰতে খুলি উৎপাদন কৰিছে গা-ধুৱা চাবোন ৷ যুৱতী গৰাকীয়ে ছাগলীৰ গাখীৰৰ পৰা চাবোন তৈয়াৰ কৰি ৰাজ্যৰ বজাৰত মেলি দিছে

"নিয়ৰ"এক প্ৰচেষ্টা
author img

By

Published : Jul 30, 2019, 7:08 PM IST

Updated : Jul 30, 2019, 8:42 PM IST

যোৰহাট,30 জুলাই : সুচিন্তা একাগ্ৰতা আৰু ইচ্ছা থাকিলে সপোন যেন সাকাৰ কৰিব পাৰিযে সেই কথা প্ৰমাণিত কৰি দেখোৱালে যোৰহাটৰ চেনীজান চাহ বাগিচাৰ এগৰাকী যূৱতীয়ে । ছাগলী গাখীৰৰ পৰা চাবোন তৈয়াৰ কৰি ৰাজ্যৰ বজাৰ লৈ এক অনবদ্য অৱদান আগবঢ়ালে । আৰাধনা শৰ্মা নামৰ যোৰহাটৰ চেনিজান চাহবাগিছাৰ যূৱতী গৰাকীয়ে প্ৰাকৃতিক ভাৱে 'নিয়ৰ' নামৰ এটা প্ৰতিষ্ঠান ঘৰতে খুলি উৎপাদন কৰিছে গা-ধূৱা চাবোন । অমিতা, কয়লা, ক্লে,আদিৰ লগতে ছাগলীৰ গাখীৰৰ পৰাও তৈয়াৰ কৰিছে চাবোন । সাম্প্ৰতিক গুৱাহাটীৰ বজাৰত বিক্ৰীৰ বাবে মুকলি কৰা সেই চাবোন অতি সোনকালে সমগ্র ৰাজ্যতে উপলব্ধ হব বুলি জানিব দিয়ে ।

"নিয়ৰ"এক প্ৰচেষ্টা

বৰ্তমান তেওঁৰ এই উৎপাদন প্ৰতিষ্ঠানটোত নিয়োগ কৰিছে ছয় গৰাকী কৰ্মচাৰী । বিগত বৰ্ষৰ নম্বেবৰ মাহৰ পৰা আৰাধনা শৰ্মাই চাবোন তৈয়াৰ কৰা কাম আৰম্ভ কৰিছিল আৰু চলিত বৰ্ষৰ ফ্ৰেবুৱাৰী মাহৰ পৰা বজাৰত বিক্ৰীৰ বাবে মুকলি কৰে এই উৎপাদিত চাবোন সমুহ । বৰ্তমান অনলাইনতো উপলব্ধ আৰাধনা শৰ্মাৰ দ্বাৰা উৎপাদিত সামগ্ৰী । ভৱিষ্যতে চাবোন লগতে প্ৰাকৃতিক ভাৱে উৎপাদন কৰা প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰাৰ পৰিকল্পনা । উল্লেখযোগ্য যে মোম্বাই ছথিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা আৰাধনা শৰ্মা হৈছে চেনীজান চাহ বাগিচাৰ স্বত্বাধীকাৰ প্ৰয়াত অমৰজ্যোতী শৰ্মাৰ কণ্যা ।

"নিয়ৰ"এক প্ৰচেষ্টা।।

সুচিন্তা একাগ্ৰতা আৰু ইচ্ছা থাকিলে সপোন যেন সাকাৰ কৰিব পাৰিযে সেই কথা প্ৰমাণিত কৰি দেখোৱালে যোৰহাটৰ চেনীজান চাহ বাগিচাৰ এগৰাকী যূৱতীয়ে।ছাগলী গাখীৰৰ পৰা চাবোন তৈয়াৰ কৰি ৰাজ্যৰ বজাৰ লৈ এক অনবদ্য অৱদান আগবঢ়ালে।আৰাধনা শৰ্মা নামৰ যোৰহাটৰ চেনিজান চাহবাগিছাৰ যূৱতী গৰাকীয়ে প্ৰাকৃতিক ভাৱে *নিয়ৰ*নামৰ এটা প্ৰতিষ্ঠান ঘৰতে খুলি উৎপাদন কৰিছে দৈনন্দিন জীৱনৰ ব্যৱহাৰৰ উপযোগী গা-ধূৱা চাবোন।অমিতা, কয়লা, ক্লে,আদিৰ লগতে ছাগলীৰ গাখীৰৰ পৰাও তৈয়াৰ কৰিছে চাবোন।সাম্প্ৰতিক গুৱাহাটীৰ বজাৰত বিক্ৰীৰ বাবে মুকলি কৰা সেই চাবোন অতি সোনকালে উজনি অসমৰ লগতে সমগ্র ৰাজ্যতে উপলব্ধ হব বুলি জানিব দিয়ে।বৰ্তমান তেওঁৰ এই উৎপাদন প্ৰতিষ্ঠানটোত ছয় গৰাকী কৰ্মচাৰী নিয়োগ কৰিছে।বিগত বৰ্ষৰ নম্বেবৰ মাহৰ পৰা আৰাধনা শৰ্মাই চাবোন তৈয়াৰ কৰা কাম আৰম্ভ কৰিছিল আৰু চলিত বৰ্ষৰ ফ্ৰেবুৱাৰী মাহৰ পৰা বজাৰত বিক্ৰীৰ বাবে মুকলি কৰে এই উৎপাদিত চাবোন সমুহ।ভৱিষ্যতে চাবোন লগতে প্ৰাকৃতিক ভাৱে উৎপাদন কৰা প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰা পৰিকল্পনা হাতত লৈছে।আনহাতে বৰ্তমান উৎপাদন কৰা সামগ্ৰীৰ কেচা মাল হিচাবে ছাগলীৰ গাখীৰৰ স্থানীয় ৰাইজৰ পৰা লোৱাৰ লগতে কয়লা আৰু লাই(ছডিয়াম হাইদ্ৰপ্ৰেকচাইড)ৰাজস্থানৰ পৰা আৰু অলিভ অইল,নাৰিকল তেল কোম্বাটোৰ পৰা আনে।আনহাতে আৰাধনা শৰ্মা দ্বাৰা উৎপাদিত সামগ্ৰী সমুহ অনলাইনতো উপলব্ধ।

উল্লেখযোগ্য যে মোম্বাই ছথিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা আৰাধনা শৰ্মা হৈছে চেনীজান চাহ বাগিচাৰ স্বাতাধীকাৰ প্ৰয়াত অমৰজ্যোতী শৰ্মাৰ কণ্যা।

Last Updated : Jul 30, 2019, 8:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.