যোৰহাট,27 জুনঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা দুদিনীয়া লক ডাউনৰ প্ৰভাৱত সৰ্বাত্মক দেখা পোৱা পৰিলক্ষিত হৈছে । ৰাজ্য খনত ইতিমধ্যে গণ সংক্ৰমণৰ দিশলৈ গতি কৰাৰ বাবেই ৰাজ্য চৰকাৰে গুৱাহাটীত চৈধ্য দিনীয়া লক ডাউন ঘোষণা কৰা লগতে ৰাজ্য খনৰ আন আন জিলা সমুহতো সপ্তাহৰ শনি আৰু দেওবাৰৰ দুটা দিন লক ডাউন ঘোষণা কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত যোৰহাট চহৰটো লক ডাউনৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছে।
![JORHAT LOKCDOWN EFFECT ETV BHARAT NEWS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7788627_aregb.jpg)
লগতে চাওকঃ কইনা ঘৰ পানীৰ তলত, নাও লৈ ওলালগৈ দৰা