ETV Bharat / state

ধাৰাষাৰ বৰষুণত স্তব্ধ যোৰহাটৰ জনজীৱন

বিগত দুদিন ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটটো নেৰা-নেপেৰা বৰষুণ ৷ যোৰহাটত পুৱাৰ পৰা অহা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিল দৈনন্দিন জীৱন যাত্ৰা ৷

author img

By

Published : Apr 30, 2019, 9:33 PM IST

যোৰহাটত বৰষুণে ব্যাঘাট জন্মালে স্বাভাৱিক জন-জীৱন

যোৰহাট,30এপ্ৰিলঃ নেৰা-নেপেৰা বৰষুণৰ ফলত স্থবিৰ জন-জীৱন। প্ৰখৰ ৰ'দৰ উত্তাপৰ মাজতে মঙলবাৰে দিনৰ ভাগত অহা এজাক বৰষুণে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটটো স্তৱ্ধ কৰে স্বাভাৱিক জন-জীৱন ৷ পুৱাৰে পৰা অহা মূষলধাৰ বৰষুণৰ ফলত যোৰহাটৰ বাটপথত ব্যাপক যানজঁটৰ সৃষ্টি হয় ৷ লগতে সন্ধিয়াৰ ভাগত জন শূন্য হৈ পৰিল যোৰহাট চহৰ।

নেৰা-নেপেৰা বৰষুণৰ ফলত স্থবিৰ জন-জীৱন।।।

বংঙ্গোপ সাগৰত সৃষ্টি হোৱা নিম্মচাপৰ ফলত বিগত দুদিন ধৰি ৰাজ্য খনৰ লগতে যোৰহাট জিলা টো স্হবিৰ হৈ পৰিছে জন-জীৱনৰ দৈনন্দিন কৰ্ম।আজিও পূৱাৰ পৰা অহা নেৰা-নেপেৰা বৰষুণৰ ফলত দৈনন্দিন কায্যত ব্যাঘাত জন্মে।দিনৰ ভাগত কিছু বতৰ মুকলি কৰিছিল যদিও আবেলি ভাগত পুনৰ হোৱা বৰষুণৰ ফলণ স্হবিৰ হৈ পৰিছে।যাৰ ফলত ক্ষূদ্ৰ ব্যৱসায়, আন আন প্ৰতিস্ঠানতো গ্ৰাহকৰ ভিৰ নাই বুলিব পাৰি।বাতৰি যোগোৱাৰ সময়লৈকে নেৰা-নেপেৰা বৰষুণৰ ফলত জন শুন্য হৈ পৰিল যোৰহাট চহৰ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.