ETV Bharat / state

টিক টকৰ পৰিপূৰক ‘টিপ টিপি’

author img

By

Published : Feb 6, 2021, 6:53 PM IST

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি প্ৰাক্তন ছাত্ৰই প্ৰস্তুত কৰি উলিয়াইছে টিক টকৰ পৰিপূৰক এপ টিপ টিপি ৷ শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাৱত এপটো মুকলি কৰা হয় ৷

As_jrt_jorhat-engineering-collage-student-invented-new-entertainment-app-tip-teapi_vis_AS10039
টিক টকৰ পৰিপূৰক ‘টিপ টিপি’

যোৰহাট, 6 ফেব্ৰুৱাৰী: টিক টক ব্যৱহাৰকাৰী সকলৰ বাবে সু-খবৰ ৷ টিক টকৰ পৰিপূৰক হিচাপে এইবাৰ উপলব্ধ হ’ল টিপ টিপি ৷ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনিগৰাকীকৈ প্ৰাক্তন ছাত্ৰই দেখুৱালে চমক ৷ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ক্ৰমে স্বাস্বতি কটকী, অমৰ জ্যোতি গৌতম আৰু হেমাংগ মধুকৈল্যই নিৰ্মাণ কৰি উলিয়ালে টিক টকৰ পৰিপূৰক টিপ টিপি নামৰ এক এপ ৷ এই এপৰ জৰিয়তে ৰাইজে টিক টকৰ দৰেই ভিডিঅ’ প্ৰস্তুত কৰি আপলোড কৰিব পাৰিব ৷

টিক টকৰ পৰিপূৰক ‘টিপ টিপি’

বিনোদনধৰ্মী এই এপটোত কেৱল ভিডিঅ’ আপলোড কৰাই নহয়, বহু মনোৰঞ্জনৰ ভাগ ব্যৱহাৰ কৰিব পাৰিব উপভোক্তাই ৷ ইয়াৰ উপৰিও এপটোৰ ব্যৱহাৰকাৰীৰ প্ৰাইভেচি পলিচিৰ ক্ষেত্রটো সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে । শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এপটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷

লগতে পঢ়ক-বৃহৎ সমস্যা সমাধানৰ দিশে মাজুলীঃ ধূনাগুৰি ঘাটত নিৰ্মাণ হ'ব পকী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.