ETV Bharat / state

যোৰহাটত হাহাকাৰ পৰিস্থিতি

author img

By

Published : Dec 13, 2019, 12:19 PM IST

Updated : Dec 13, 2019, 12:59 PM IST

JORHAT BREAKING
সান্ধ্য আইন জাৰি কৰাৰ ফলত স্তব্ধ জনজীৱন

12:06 December 13

সান্ধ্য আইন জাৰি কৰাৰ ফলত স্তব্ধ জনজীৱন

  • যোৰহাটত হাহাকাৰ পৰিস্থিতি ৰাইজৰ মাজত
  • তেল ডিপোসমূহ বন্ধ থকাৰ ফলত ইন্ধন বিচাৰি দীঘলীয়া শাৰী গ্ৰাহকৰ
  • দোকান বজাৰসমূহ বন্ধ থকাৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন
  • ইন্ধনৰ সংকটত ভুগিছে যানবাহনৰ গৰাকীসকল
  • দোকান,বজাৰ বন্ধৰ বাবে নিত্যব্য়ৱহাৰ্য সামগ্ৰীৰ অভাৱত ভুগিছে ৰাইজ
  • সমগ্ৰ যোৰহাট জিলাতে জাৰি কৰা হৈছে সান্ধ্য আইন 
  • দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ প্ৰশাসনৰ 
  • বৃহস্পতিবাৰে নিশাও অব্যাহত থাকে প্ৰতিবাদকাৰীৰ প্ৰতিবাদ

Intro:Body:

যোৰহাটত হাহাকাৰ পৰিস্থিতি

তেল ডিপো সমূহ বন্ধ থকাৰ ফলত হাহাকৰ পৰস্থিতি

দোকান বজাৰসমূহ বন্ধ থকাৰ ফলত স্তব্ধ জনজীৱন

ইন্ধনৰ সংকটত ভুগিছে যানবাহনৰ গৰাকীসকল

Conclusion:
Last Updated : Dec 13, 2019, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.