ETV Bharat / state

তিতাবৰ আৰক্ষীৰ জালত তিনি ধৃত তেল চোৰ

author img

By

Published : Nov 22, 2019, 7:37 PM IST

তিতাবৰ আৰক্ষীৰ বৃহৎ সাফলতা ৷ ONGCৰ পাইপ ফুটাই তেল চুৰ কৰা তিনি চোৰক গ্ৰেপ্তাৰ তিতাবৰ আৰক্ষীৰ ৷

তিতাবৰত তেল চুৰি কৰা তিনি ধূৰ্ত গ্ৰেপ্তাৰ

যোৰহাট, 22 নৱেম্বৰ: বৃহস্পতিবাৰে তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু তিতাবৰ আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ সাফল্য ৷ এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই দীৰ্ঘ সময়ৰ পৰা ONGC পাইপ ফুটাই তেল চুৰ কৰা তিনি চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু তিতাবৰ আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে নিশা মাধপুৰ ওৰাং গাঁৱৰ পৰা বসন্ত ওৰাং, বিপুল বৰদলৈ আৰু নন্দী শইকীয়াক তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

তিতাবৰত আৰক্ষীৰ বৃহৎ সাফল্য

দীৰ্ঘদিন ধৰি ONGCৰ হাজাৰ-হাজাৰ লিটাৰ তেল চুৰি কৰি আহিছিল এই দুষ্ট চক্ৰটোৱে । বৰ্তমান তিতাবৰ আৰক্ষীয়ে তিনিটা চোৰক মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

ৰাইজৰ অভিযোগ যে, এই চুৰি কাৰ্যৰ লগত ONGC বিষয়ববীয়া জড়িত আছে নহ’লে দীৰ্ঘদিন ধৰি নিৰ্ভীক ভাৱে এনদৰে চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম নহয় দুষ্ট চক্ৰটোৱে ৷ কিয়নো এটা নিৰ্দিষ্ট সময়ত কিমান খাৰুৱা তেল এৰি দিয়া হয় সেইয়া কেৱল ONGC কৰ্তৃপক্ষই হে জানে ৷

লগতে চাওক- গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা অভিনেতা জন লুকাছ

Intro:তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য দীৰ্ঘ সময়ৰ পৰা ONGC পাই ফুটাই তেল চুৰ কৰি থকা তিনিটা চুৰক মহকুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । যোৱা নিশা মাধপুৰ ওৰাং গাঁৱৰ পৰা বসন্ত ওৰাং বিপুল বৰদলৈ নন্দী শইকীয়া তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । দীৰ্ঘ সময়ৰ পৰা ONGC ৰ হাজাৰ হাজাৰ লিটাৰ তেল চুৰি কৰি আহিছিল এই চুৰ দল টোৱে ।বৰ্তমান তিতাবৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰু বহুত চুৰ ধৰা পৰা সম্ভাৱনা আছে।Body:ৰাইজৰ অভিযোগ উত্থাপিত কৰিছে যে ONGC বিষয় ববীয়া এই কাৰ্য্যত জড়িত আছে নহলে এই কাৰ্য্য এই চুৰ দল সংগঠিত কৰিব নোৱাৰিলে হেতেন। কিয়নো এটা নিৰ্দিষ্ট সময়ত এই কোড oli এৰা হয় সময় কেৱল ONGC কৃৰ্তি পক্ষ গম পাই।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.