ETV Bharat / state

যোৰহাটৰ বিশাল মেগা মাৰ্টত বিক্ৰী ম্যাদ উকলা সামগ্ৰী

একাংশ শ্বপিংমলৰ উদ্ভাণ্ডালি ৷ উপভোক্তা আইনক নস্যাৎ কৰি গ্ৰাহকৰ ওপৰত মাধমাৰ ৷

যোৰহাটৰ বিশাল মেগা মাৰ্টত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jun 16, 2019, 8:48 PM IST

যোৰহাট, 16 জুন : ম্যাদ উকলা সামগ্ৰী বিক্ৰী বিশাল বজাৰত । কেৰীবেগৰ নামত অত্যাধিক মূল্য আদায় ৷ একমাত্ৰ মুনাফা লাভ কথা চিন্তাৰে ৰাজ্য একাংশ শ্বপিংমলত আদায় কেৰীবেগৰ নামত অত্যাধিক মূল্য । একোটা কেৰীবেগৰ নামত আঠ টকাকৈ আদায় দিব লাগে গ্ৰাহকে । নিয়ন্ত্ৰণহীন হৈ পৰা বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানে এনেদৰে গ্ৰাহকক ৰাম ঠগন দি অহাৰ পৰিলক্ষিত হৈছে । দেওবাৰে যোৰহাটৰ বিশাল মেগা মাৰ্টত ম্যাদ উকলা সামগ্ৰী আৰু কেৰীবেগৰ নামত অত্যাধিক মূল্য আদায় লোৱাৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । কেৰীবেগৰ নামত 8 টকা লোৱাৰ ম্যাদ উকলা খাদ্য বিক্ৰী কৰি অহাৰ অভিযোগ গ্ৰাহকৰ ।

ম্যাদ উকলা সামগ্ৰী বিক্ৰী বিশাল বজাৰত।।কেৰী বেগৰ নামত অত্যাধিক মূল্য আদায়।।

একমাত্ৰ মুনাফা লাভ কথা চিন্তা কৰা ৰাজ্য একাংশ চপিংমলত আদায় লয় কেৰীবেগৰ নামত অত্যাধিক মূল্য।আঠ টকাকৈ আদায় দিব লাগে গ্ৰাহকে।নিয়ন্ত্ৰণহীন হৈ পৰা বহুজাতীক বেৱসায়ীক প্ৰতিষ্ঠানে গ্ৰাহক ৰাম ঠগন দি অহাৰ পৰিলক্ষিত হৈ অহাৰ পৰিলক্ষিত হৈছে।আজি যোৰহাটৰ বিশাল মেগা মাৰ্টত ম্যাদ উকলা সামগ্ৰী আৰু কেৰিবেগৰ নামত অত্যাধিক মূল্য আদায় লোৱাৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।গ্ৰাহকে আঠ টকাকৈ ভৰিব লাগে কেৰীবেগৰ নামত।আনহাতে ম্যাদ উকলা ভূজিয়া আৰু বিস্কুট বিক্ৰী কৰি অহাৰ অভিযোগ গ্ৰাহকৰ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.