ETV Bharat / state

হৰিজন ক'লনিৰ গৃহহাৰা পৰিয়ালৰ কাষত যুৱনেতা মৃগাংক জ্যোতি বৰুৱা

author img

By

Published : Dec 1, 2020, 3:31 PM IST

যোৰহাটৰ হৰিজন ক'লনিত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত গৃহহীন হৈ পৰা 18 টাকৈ পৰিয়ালৰ কাষত থিয় দিছে মৃগাংক জ্যোতি বৰুৱাই ৷ এসময়ত ভূতপূৰ্ব মুখ্যমন্ত্ৰী সদ্য প্ৰয়াত তৰুণ গগৈৰ সেৱাৰ থলী এই হৰিজন ক'লনিত যুৱ নেতা গৰাকীয়ে পৰিয়াল কেইটালৈ বিতৰণ কৰে কম্বল ৷

As_jrt_helping_hand_by_congress_vis_AS10039
হৰিজন ক'লনিৰ গৃহহাৰা পৰিয়ালৰ ওচৰত যুৱ নেতা মৃগাংক জ্যোতি বৰুৱা

যোৰহাট, 1 ডিচেম্বৰ: কিছুদিন পূৰ্বে যোৰহাটৰ হৰিজন ক'লনিত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত গৃহহীন হৈ পৰিছিল অঞ্চলটোৰ প্ৰায় 18টাকৈ পৰিয়াল ৷ সেই পৰিয়াল কেইটাৰ ওচৰত থিয় দিছে মৃগাংক জ্যোতি বৰুৱাই ৷ দুৰ্ভগীয়া পৰিয়াল কেইটালৈ মৃগাংক জ্যোতি বৰুৱাই সদ্য প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ সোঁৱৰণত আগবঢ়ালে গৰম কাপোৰ ৷

এসময়ত ভূতপূৰ্ব মুখ্যমন্ত্ৰী সদ্য প্ৰয়াত তৰুণ গগৈৰো সেৱাৰ থলী আছিল যোৰহাটৰ এই হৰিজন ক'লনি ৷ এই কল'নিটোলৈ প্ৰায়ে গৈছিল তৰুণ গগৈ ৷ সেয়েহে যুৱ নেতা মৃগাংক জ্যোতি বৰুৱাৰ উদ্যোগত এখনি শ্ৰদ্ধাঞ্জলি সভা আয়োজন কৰি মুখ্যমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কল'নিটোৰ গৃহহাৰা পৰিয়াল কেইটালৈ কম্বল বিতৰণ কৰে ৷

লগতে পঢ়ক: নলবাৰীৰ ৮৭তম ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.