ETV Bharat / state

যোৰহাটত মুক্তভাবে বিক্ৰী নিষিদ্ধ গুটখা - যোৰহাটত নিষিদ্ধ গুটখা

দেশৰ কেইবাখনো ৰাজ্যই ধপাত আৰু নিক'টিনযুক্ত পাণ-মছলা, গুটখা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে এনেকুৱা ধৰণৰ স্বাস্থ্যহানিকাৰক দ্ৰব্য মাত্ৰ এবছৰৰ বাবে নিষিদ্ধ কৰি চূড়ান্ত দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

যোৰহাট
যোৰহাটত মুক্তভাবে বিক্ৰী নিষিদ্ধ গুটখা
author img

By

Published : Nov 28, 2019, 10:25 PM IST

যোৰহাট, নৱেম্বৰঃ ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱা নাই গুটখা । যোৰহাটৰ পদপথৰ কাষে কাষে উপলব্ধ নিষিদ্ধ গুটখা । একাংশ সচেতন নাগৰিকৰ মন্তব্য এইয়া কেৱল চৰকাৰৰ দুমুখীয়া নীতিহে ।

যোৰহাটত মুক্তভাবে বিক্ৰী নিষিদ্ধ গুটখা

উল্লেখ্য যে, দেশৰ কেইবাখনো ৰাজ্যই ধপাত আৰু নিক'টিনযুক্ত পাণ-মছলা, গুটখা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে এনেকুৱা ধৰণৰ স্বাস্থ্যহানিকাৰক দ্ৰব্য মাত্ৰ এবছৰৰ বাবে নিষিদ্ধ কৰি চূড়ান্ত দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে । যোৰহাটৰ পদপথৰ দোকানে দোকানে এতিয়াও উলমি আছে গুটখাৰ ৰঙীন পেকেট । যাৰ বাবে মুক্তভাৱে বিক্ৰী হৈ আছে নিষিদ্ধ গুটখা ।

আনহাতে, একাংশ সচেতন নাগৰিকৰ অভিযোগ যে, যদি প্ৰকৃতাৰ্থত চৰকাৰে ৰাজ্যৰ পৰা গুটখা জাতীয় পান-মচলা নিষিদ্ধ ঘোষিত কৰিছে তেনেহ'লে গুটখা কোম্পানীৰ ছত্ৰছায়াত ফ্লিম-ফেয়াৰ কিয় অনুষ্ঠিত কৰবলৈ লৈছে বুলিও মন্তব্য কৰে ৷

আৰু পঢ়কঃ NRC-ত এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ ব্যৱহাৰৰ অভিযোগ !

ৰাজ্যত সম্পূৰ্ণ ৰূপে হোৱা নাই নিষিদ্ধ গুটখা।যোৰহাটৰ পদপথৰ কাষে কাষে গুটখা উপলব্ধ।।একাংশ সচেতন নাগৰিক মত এইয়া চৰকাৰৰ দুমুখীয়া নীতি।।

দেশৰ কেইবাখনো ৰাজ্যই ধপাত আৰু নিকোটিনযুক্ত পাণ-মছলা, গুটখা সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে এনেকুৱা ধৰণৰ স্বাস্থ্যহানীকাৰক দ্ৰব্য মাত্ৰ এবছৰৰ বাবে নিষিদ্ধ কৰি চুড়ান্ত দুমুখীয়া নীতি গ্ৰহণ কৰিছে।

যোৰহাটৰ পদপথৰ দোকানে দোকানে এতিয়াও উলমি আছে গুটখাৰ ৰঙীন পেকেট।মুক্ত ভাৱে বিক্ৰী হৈ আছে গুটখা।খাদ্য সুৰক্ষা বিভাগৰ গা-লৰিবনে।নে আকৌ আইন প্ৰণয়ন কৰিলেহে গা-লৰিব খাদ্য সুৰক্ষা বিভাগৰ।

ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ অধীনৰ খাদ্য সুৰক্ষাৰ বিভাগে জাৰি কৰা গুটখা নিষিদ্ধ সন্দৰ্ভত যোৰহাটৰ সচেতন নাগৰিকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সচেতন নাগৰিকৰ মতে ৰাজ্য চৰকাৰে দুমুখীয়া নীতি নিৰ্ধাৰণ কৰিছে।যদি প্ৰকৃতাৰ্থত গুটখা জাতীয় পান-মচলা নিষিদ্ধ ঘোষিত কৰিছে তেনেহলে ফ্লিম-ফেয়াৰ কি অনুষ্ঠিত কৰিব লৈছে।যিহেতু গুটখা কোম্পানীৰ চৰ্তছায়াতহে এই বৃহৎ অনুষ্ঠান অনুষ্ঠিত হব।

আনকি ক্ষুদ্ৰ ব্যৱসায়ী সকলে আদৰণি জনাইছে যদিও চৰকাৰে একেবাৰে গুটখা বন্ধ কৰাৰ বাবেহে অনুৰোধ কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.