তিতাবৰ,18 জুনঃ তিতাবৰ গেছ এজেঞ্চিৰ এজন অস্থায়ী কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা বহুতো গেছ ছিলিণ্ডাৰ অন্যান্য গ্ৰাহকক চুৰি কৰি বিক্ৰী কৰাৰ অপৰাধত মঙলবাৰে তিতাবৰ আৰক্ষীয়ে এজন ব্যক্তিক জে’ললৈ প্ৰেৰণ কৰে । এই যুৱক জনে বহু মানুহৰ পৰা বিভিন্ন সময়ত গেছ দিয়াৰ নামত আগতীয়াকৈ ধন আৰু LPG চিলিণ্ডাৰ সংগ্ৰহ কৰিছিল । কিন্তু 17জন গ্ৰাহকৰ এজনেও নাপালে গেছ ছিলিণ্ডাৰ তাৰ পাছত উপায়হীন হৈ গ্ৰাহকসকলে তিতাবৰ থানাত ৰুজু কৰিলে গোচৰ । এই গোচৰৰ ভিত্তিতেই তিতাবৰ আৰক্ষীয়ে আটক কৰে যুৱক জনক ।
ৰঙাঘৰলৈ গেছ চিলিণ্ডাৰ চোৰ
তিতাবৰত গেছ ছিলিণ্ডাৰ চোৰকৈ বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল এজন ৷
তিতাবৰ,18 জুনঃ তিতাবৰ গেছ এজেঞ্চিৰ এজন অস্থায়ী কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা বহুতো গেছ ছিলিণ্ডাৰ অন্যান্য গ্ৰাহকক চুৰি কৰি বিক্ৰী কৰাৰ অপৰাধত মঙলবাৰে তিতাবৰ আৰক্ষীয়ে এজন ব্যক্তিক জে’ললৈ প্ৰেৰণ কৰে । এই যুৱক জনে বহু মানুহৰ পৰা বিভিন্ন সময়ত গেছ দিয়াৰ নামত আগতীয়াকৈ ধন আৰু LPG চিলিণ্ডাৰ সংগ্ৰহ কৰিছিল । কিন্তু 17জন গ্ৰাহকৰ এজনেও নাপালে গেছ ছিলিণ্ডাৰ তাৰ পাছত উপায়হীন হৈ গ্ৰাহকসকলে তিতাবৰ থানাত ৰুজু কৰিলে গোচৰ । এই গোচৰৰ ভিত্তিতেই তিতাবৰ আৰক্ষীয়ে আটক কৰে যুৱক জনক ।
তিতাবৰ গেছ এজেন্চীৰ এজন অস্হায়ী কৰ্মচাৰীয়ে গ্ৰাহকক পৰা বহুতো গেছ ছিলিণ্ডাৰ অন্যান্য গ্ৰাহকক চুৰি কৰি বিক্ৰী কৰাৰ অপৰাধত আজি তিতাবৰ আৰক্ষীয়ে এজন ব্যক্তিক জেললৈ প্ৰেৰণা কৰে। Body:এই যুবক জনে বহুত মানুহৰ পৰা বিভিন্ন সময়ত বিভিন্ন লোকৰ পৰা গছ দিয়াৰ নামত আগতীয়াকৈ ধন আৰু LPG ছিলিণ্ডাৰ সংগ্ৰহ কৰিছিল । কিন্তু 17জন গ্ৰাহকে নাপালে এজনো গেছ ছিলিণ্ডাৰ তাৰ পাছত উপায়হীন হৈ গ্ৰাহক তিতাবৰ থানত ৰুজু কৰিলে গোচৰ । তাৰ তিতাবৰ আৰক্ষীয়ে আটক কৰিলে যুবক জনক । বৰ্তমান যুবক জন ৰঙাঘৰৰ আলহী।Conclusion: