তিতাবৰ,18 জুনঃ তিতাবৰ গেছ এজেঞ্চিৰ এজন অস্থায়ী কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা বহুতো গেছ ছিলিণ্ডাৰ অন্যান্য গ্ৰাহকক চুৰি কৰি বিক্ৰী কৰাৰ অপৰাধত মঙলবাৰে তিতাবৰ আৰক্ষীয়ে এজন ব্যক্তিক জে’ললৈ প্ৰেৰণ কৰে । এই যুৱক জনে বহু মানুহৰ পৰা বিভিন্ন সময়ত গেছ দিয়াৰ নামত আগতীয়াকৈ ধন আৰু LPG চিলিণ্ডাৰ সংগ্ৰহ কৰিছিল । কিন্তু 17জন গ্ৰাহকৰ এজনেও নাপালে গেছ ছিলিণ্ডাৰ তাৰ পাছত উপায়হীন হৈ গ্ৰাহকসকলে তিতাবৰ থানাত ৰুজু কৰিলে গোচৰ । এই গোচৰৰ ভিত্তিতেই তিতাবৰ আৰক্ষীয়ে আটক কৰে যুৱক জনক ।
ৰঙাঘৰলৈ গেছ চিলিণ্ডাৰ চোৰ - গ্ৰেপ্তাৰ
তিতাবৰত গেছ ছিলিণ্ডাৰ চোৰকৈ বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল এজন ৷
ৰঙাঘৰলৈ গেছ চিলিণ্ডাৰ চোৰ
তিতাবৰ,18 জুনঃ তিতাবৰ গেছ এজেঞ্চিৰ এজন অস্থায়ী কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা বহুতো গেছ ছিলিণ্ডাৰ অন্যান্য গ্ৰাহকক চুৰি কৰি বিক্ৰী কৰাৰ অপৰাধত মঙলবাৰে তিতাবৰ আৰক্ষীয়ে এজন ব্যক্তিক জে’ললৈ প্ৰেৰণ কৰে । এই যুৱক জনে বহু মানুহৰ পৰা বিভিন্ন সময়ত গেছ দিয়াৰ নামত আগতীয়াকৈ ধন আৰু LPG চিলিণ্ডাৰ সংগ্ৰহ কৰিছিল । কিন্তু 17জন গ্ৰাহকৰ এজনেও নাপালে গেছ ছিলিণ্ডাৰ তাৰ পাছত উপায়হীন হৈ গ্ৰাহকসকলে তিতাবৰ থানাত ৰুজু কৰিলে গোচৰ । এই গোচৰৰ ভিত্তিতেই তিতাবৰ আৰক্ষীয়ে আটক কৰে যুৱক জনক ।
Intro:Sluge Name তিতাবৰ গেছ ছিলিণ্ডাৰ চোৰকৈ বিক্ৰী কৰি এজন ৰঙা ঘৰলৈ ।
তিতাবৰ গেছ এজেন্চীৰ এজন অস্হায়ী কৰ্মচাৰীয়ে গ্ৰাহকক পৰা বহুতো গেছ ছিলিণ্ডাৰ অন্যান্য গ্ৰাহকক চুৰি কৰি বিক্ৰী কৰাৰ অপৰাধত আজি তিতাবৰ আৰক্ষীয়ে এজন ব্যক্তিক জেললৈ প্ৰেৰণা কৰে। Body:এই যুবক জনে বহুত মানুহৰ পৰা বিভিন্ন সময়ত বিভিন্ন লোকৰ পৰা গছ দিয়াৰ নামত আগতীয়াকৈ ধন আৰু LPG ছিলিণ্ডাৰ সংগ্ৰহ কৰিছিল । কিন্তু 17জন গ্ৰাহকে নাপালে এজনো গেছ ছিলিণ্ডাৰ তাৰ পাছত উপায়হীন হৈ গ্ৰাহক তিতাবৰ থানত ৰুজু কৰিলে গোচৰ । তাৰ তিতাবৰ আৰক্ষীয়ে আটক কৰিলে যুবক জনক । বৰ্তমান যুবক জন ৰঙাঘৰৰ আলহী।Conclusion: