ETV Bharat / state

নিৰ্বাচনী বিধি উলংঘা: যোৰহাটত নগদ ধন জব্দ

author img

By

Published : Mar 11, 2021, 3:06 PM IST

বৃহস্পতিবাৰে যোৰহাটৰ ৰাজবাৰীৰ চাহ গৱেষণা কেন্দ্ৰৰ সমীপৰ আৰক্ষী, চিআৰপিএফ আৰু ফ্লায়িং স্কোৱাডে অভিযান চলাই জব্দ কৰে নগদ ৩ লাখ ৬৩ হাজাৰ ৭৯ টকা ।

নিৰ্বাচন বিধি উলংঘাঃ যোৰহাটত ৩ লাখ ৬৩ হাজাৰ ৭৯ টকা জব্দ

যোৰহাট,11 মাৰ্চঃ বৃহস্পতিবাৰে যোৰহাটত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অপৰাধত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷
ৰাজবাৰীৰ চাহ গৱেষণা কেন্দ্ৰৰ সমীপৰ আৰক্ষী, চিআৰপিএফ আৰু ফ্লায়িং স্কোৱাডে অভিযান চলাই জব্দ কৰে নগদ ৩ লাখ ৬৩ হাজাৰ ৭৯ টকা ।

উল্লেখযোগ্য যে, অতুল দাস নামৰ ব্যক্তি গৰাকীয়ে বাইকেৰে নি থকা অৱস্থাত টকাখিনি জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে কি কাৰণত আৰু কিয় এই বৃহৎ পৰিমাণৰ টকাখিনি ব্যক্তিজনে কঢ়িয়াই আনিছিল সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.