ETV Bharat / state

নিমাতীঘাটত অপৰিৱৰ্তিত বান পৰিস্থিতি - যোৰহাট

নিমাওমাও সদা ব্যস্ত নিমাতীঘাট । নিমাতীঘাটত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ সমান্তৰালকৈ পুনৰ জলস্তৰ বৃদ্ধি পোৱাৰ আশংকাত শংকিত ৰাইজ ৷

নিমাতীঘাটত অপৰিৱৰ্তিত বান পৰিস্থিতি
author img

By

Published : Jul 13, 2019, 3:10 PM IST

যোৰহাট, 13 জুলাই : নিমাওমাও সদা ব্যস্ত নিমাতীঘাট । নিমাতীঘাটত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাৰ সমান্তৰালকৈ পুনৰ জলস্তৰ বৃদ্ধি পোৱাৰ আশংকাত শংকিত ৰাইজ ৷ ইতিমধ্যে জিলাখনৰ দাইনী গাঁও, চাৰিগাঁও চাপৰি, গোহাঁই গাঁও, গৰীয়াবাৰী, নামককিলা, ভিতৰ ককিলা, কুমাৰ গাঁওৰ প্ৰায় ২০০ ৰো অধিক লোকৰ ঘৰ বুৰাই পেলাইছে বাঢ়নী পানীয়ে ৷

নিমাতীঘাটত অপৰিৱৰ্তিত বান পৰিস্থিতি
আনহাতে গোহাঁই গাঁৱৰ কমিচনাৰ মাথাউৰিত থকা বহু পুৰণি কাৰ্লভাটটো খহাই পেলোৱাত কাৰ্লভাটটোয়েদি অহৰহ বাঢ়নী পানী সোমাই আছে বৰচলা বিললৈ । ফলত অনাগত দিনত বৰমথাউৰিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাটো নিশ্চিত হৈ পৰিছে ।

নিমাওমাও সদা ব্যস্ত নিমাটিঘাট।।
নিমাটিঘাটত অপৰিবৰ্তীত বান পৰিস্থিতি।।।ক্ৰমান্বয়ে হ্ৰাস পাইছে নিমাটিঘাটৰ পানী।।পুনৰ বৃদ্ধি পোৱাৰ আশংকা।।

ৰাজ্যখনৰ বিভিন্ন জিলাত সংহাৰী ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে যোৰহাট জিলাৰ নিমাটি অঞ্চলৰ বিভিন্ন গাৱ বুৰাই পেলাইছিল।আজি দ্বিতীয় দিনাও বানৰ পৰিস্থিতি অপৰিবৰ্তীত অৱস্থাত আছে। ক্ৰমান্বয়ে বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিমাটিঘাট অঞ্চলৰ কাষৰীয়া বহু গাও জলমগ্ন কৰিছিল।দাইনী গাও,চাৰিগাও চাপৰি, গোহাঁই গাও,গৰীয়াবাৰী,নামককিলা,ভিতৰ ককিলা,কুমাৰ গাওৰ প্ৰায় ২০০ ঘৰৰো অধিক লোকৰ গৃহত বাঢ়নী পানীৰ তলত।আনহাতে গোহাঁই গাৱৰ কমিচনাৰ মাথাউৰিত থকা বহু পুৰণি কাৰ্লভাটটো খহাই পেলালোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছিল।বৰ্তমান ও খহি পৰা কাৰ্লভাটটো য়েদি অহৰহৰ বাঢ়নী পানী সোমাই আছে বৰচলা বিললৈ।যাৰফলত অনাগত দিনত বৰমাথাউৰিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাটো নিশ্চত।আনহাতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে অনিষ্ট কালৰ বাবে মাজুলী সংযোগী সকলো ফেৰী সেৱা বন্ধ কৰি ৰাখিছে।যদিহে ব্ৰহ্মপুত্ৰ নদীৰ পানী এনেদৰে বাঢ়ি থাকিবলৈ হলে হয়তো যোৰহাট জিলা খনতো বানৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.