ETV Bharat / state

যোৰহাটত বানৰ সজাগতামূলক পশু স্বাস্থ্য শিবিৰ - Awareness meeting at Jorhat

যোৰহাট জিলাত সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি ব্য়ৱস্থা গ্ৰহণ কৰিছে । ইয়াৰে অংশ ৰূপে জিলা প্ৰশাসন আৰু পশুপালন,পশুচিকিৎসা বিভাগৰ উদ্যোগত এক সজাগতামূলক সভা অনুষ্ঠিত (Awareness meeting at Jorhat)।

jorhat
যোৰহাটত বানপানীৰ সজাগতামূলক পশু স্বাস্থ্য শিবিৰ
author img

By

Published : Jun 26, 2022, 2:18 PM IST

যোৰহাট, ২6: যোৰহাট জিলাত সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি জেলেঙীটোপ মথাউৰী অঞ্চলৰ ৰাইজক একগোট কৰি শণিবাৰে জিলা প্ৰশাসন আৰু পশুপালন,পশুচিকিৎসা বিভাগৰ উদ্যোগত এক সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ উক্ত স্থানতে এক পশুধন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে (Livestock Health Camp at Jorhat)।

jorhat
যোৰহাটত বানপানীৰ সজাগতামূলক পশু স্বাস্থ্য শিবিৰ

সভাখনত আফ্ৰিকান ছোৱাইন ফিভাৰ,জাপানীজ এনকেফেলাইটিছ আদি বেমাৰৰ পৰা পৰিত্ৰাণ সন্দৰ্ভত সভাত চিকিৎসসকলে বাখ্যা কৰে (African Swine Fever, Japanese Encephalitis) ৷ পশুপালক সকলক বানৰ সময়ত পশুধনৰ ক্ষেত্ৰত ল'বলগীয়া সাবধানতা সম্পৰ্কেও ব্য়াখ্য়া কৰা হয় ৷

উক্ত শিবিৰত ৰাষ্ট্ৰীয় পশুৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত গৰুৰ চবকা ৰোগৰ টীকাকৰণৰ লগতে পশুপালক সকলক বানৰ সময়ত ব্যৱহাৰ কৰিব পৰাকৈ পেলু, মিনাৰেল মিক্সাৰ, ঘাঁ শুকোৱা কেলচিয়াম,ডায়েৰিয়া আদি বিভিন্ন বেমাৰৰ ঔষধ প্ৰদান কৰা হয় প্ৰশাসনে সদৰি কৰিছে । এই ক্ষেত্ৰত জিলাখনৰ অন্যান্য সম্ভাৱ্য বানপানী হোৱা অঞ্চলসমূহতো এনেধৰণৰ সজাগতা আৰু সতৰ্কতামূলক সভা তথা শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে জানিবলৈ দিয়ে ( Jorhat DC Ashok Kumar Burman) ৷

উক্ত কাৰ্যসূচীত টীয়কৰ পশুচিকিৎসা বিষয়া প্ৰকাশ প্ৰাণ বৰা,যোৰহাট পশুচিকিৎসা বিভাগৰ সহকাৰী গৱেষণা বিষয়া ড০ প্ৰবীন কুমাৰ নেওঁগ,"মৈত্ৰী","গোপাল মিত্ৰ" আদি সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: নগাঁৱৰ শেনছোৱাত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ট্ৰেভেলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.