ETV Bharat / state

লক্ষ্মী পূজাৰ দিনা যোৰহাটত অগ্নিকাণ্ড - অগ্নিকাণ্ডৰ ঘটনা

যোৰহাটৰ চৰ্দাৰ আলিত অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল প্ৰায় ৫ লাখ টকাৰ সামগ্রী সহ এখন গেলামালৰ দোকান।

অগ্নিকাণ্ড
author img

By

Published : Oct 14, 2019, 11:16 AM IST

Updated : Oct 14, 2019, 12:29 PM IST

যোৰহাট, 14 অক্টোবৰ: লক্ষ্মী পূজাৰ নিশা যোৰহাটত সংঘটিত হ'ল অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ গ'ল প্ৰায় ৫ লাখ টকাৰ সামগ্রীসহ এখন গেলামালৰ দোকান। ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাট নগৰৰ পাৰ্শ্বৱৰ্তী চৰ্দাৰ আলিত অৱস্থিত ডম্বৰু গগৈ নামৰ ব্যক্তিজনৰ গেলামালৰ দোকানখনত মাজনিশা চৰ্ট চাৰ্কিটৰ ফলত অগ্নি সংযোগ ঘটে ৷ অগ্নিকাণ্ডত দোকানসহ প্ৰায় ৫ লাখ টকাৰ সামগ্রী ভষ্মীভূত হয়। পৰৱৰ্তি সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰে। উল্লেখ্য যে অগ্নিকাণ্ডৰ সময়ত ডম্বৰু গগৈ পৰিয়াল সহ ওচৰতে অনুষ্ঠিত হোৱা ভাওনা চাবলৈ গৈছিল। বৈদ্যুতিক বিসংগতিৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমানেও প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

যোৰহাটৰ চৰ্দাৰ আলিত অগ্নিকাণ্ড

Intro:লক্ষ্মী পূজাৰ দিনাই যোৰহাটত অঘটন। জুইত জাহ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠান সহ ৫ লাখ টকাৰ সামগ্রী*
Body:: লক্ষ্মী পূজাৰ নিশা যোৰহাটত সংঘটিত হ'ল অগ্নি কাণ্ডৰ ঘটনা। জুইত জাহ গ'ল প্ৰায় ৫ লাখ টকাৰ সামগ্রী সহ এখন গেলামালৰ দোকান। ঘটনাৰ বিবৰণি অনুসৰি যোৰহাট নগৰৰ পাৰ্শ্বৱৰ্তী চৰ্দাৰ আলিত অৱস্থিত দম্বৰু গগৈ নামৰ ব্যক্তিজনৰ গেলামালৰ দোকানখনত মাজ নিশা শ্বৰ্ত চাৰ্কিতৰ ফলত অগ্নি সংযোগ ঘটে আৰু দোকান সহ প্ৰায় ৫ লাখ টকাৰ সামগ্রী ভষ্মিভূত হয়। পিচত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন কৰে। উল্লেখ্য যে অগ্নি কাণ্ডৰ সময়ত দম্বৰু গগৈ পৰিয়াল সহ ওচৰতে অনুষ্ঠিত হোৱা ভাওনা চাবলৈ গৈছিল।Conclusion:মাজ নিশা সংঘটিত হোৱা অগ্নি কান্ডৰ বাবেই প্ৰতিষ্ঠান খন সম্পূৰ্ণ ৰূপে জাহ যায়।বিদ্যুতিক বিসংগতি বাবেই সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমানে ও প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
Last Updated : Oct 14, 2019, 12:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.